• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰথম মিলিত হৈছিল প্ৰিয়ংকা আৰু নিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2019 11:03 pm
us-entertainment-cinema-isn-t-it-romantic_36ac90fc-3736-11e9-9527-26b2d5de00dc

অন্তৰংগ মুহূৰ্তত নিক আৰু প্ৰিয়ংকা। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম পৰ্যটনৰ এম্বেছাদৰ বলীউদৰ জনপ্ৰিয় নায়িকা প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান অভিনেতা-কণ্ঠশিল্পী নিক জোনাছৰ প্ৰথম মিলিত হোৱাৰ দেওবাৰে এবছৰ পূৰ্ণ হয়। এই সন্দৰ্ভত নিকে লিখিছে যে এয়া তেওঁৰ পত্নীৰ বাবে বিশেষ দিন আছিল বুলি তেওঁ নিশ্চিত।

ইনষ্টাগ্ৰামত প্ৰয়ংকাৰ বাবে লিখা এক আৱেগিক প’ষ্ট লিখিছে নিকে। যোৱা ডিচেম্বৰত প্ৰিয়ংকাৰ সৈতে নিকৰ বিবাহ সম্পন্ন হৈছিল।

Apply Now
1833628-imagee-1540455022-980-640x480
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। ফটো : ইন্টাৰনেট

‘’এবছৰ পূৰ্বে আজিৰ দিনটোতে, মই এদল বন্ধুৰ সৈতে হলীউদৰ আকৰ্ষণীয় ‘বিউটি এণ্ড বিষ্ট’ চাবলৈ গৈছিলো। সেই বন্ধুসকলৰ এগৰাকী আছিল মহিলা যি মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ ঘনিষ্ঠ, মোৰ সপোন কুঁৱৰী, মোৰ সুন্দৰী পত্নী হৈ পৰিল।‘’

নিকে লগতে লিখিছে,‘’ প্ৰতিদিনে তুমি মোৰ মুখত হাঁহি বিৰিঙাইছা আৰু মোক শ্ৰেষ্ঠ পুৰুষজন হ’বলৈ অনুপ্ৰাণিত কৰিছা। মই তোমাৰ স্বামী হ’বলৈ পাই গৌৰৱান্বিত। মই তোমাক ভাল পাওঁ।‘’

নিকে লগতে প্ৰিয়ংকাৰ এগৰাকী প্ৰিয় বিখ্যাত কণ্ঠশিল্পী মেৰিয়াহ ক্যাৰেৰ সৈতে এটা সাক্ষাতৰ আয়োজন কৰি বিশেষ দিনটোত পত্নীক আচৰিত কৰি তোলে।

প্ৰিয়ংকায়ো স্বামী নিকক ‘’এগৰাকী শ্ৰেষ্ঠ স্বামী’’ বুলি অভিহিত কৰিছে। প্ৰিয়ংকাই লিখিছে, ‘’ এটা মনত পুহি ৰখা সপোন পূৰণ হ’ল… আনকি তেওঁ ব্যস্ত হৈ থকাৰ মাজতে তথা আমি আঁতৰি থকা সত্ত্বেও তেওঁ মোৰ প্ৰিয় মাৰিয়াহ ক্যাৰেৰ সৈতে আমাৰ এবছৰীয়া সম্পৰ্কৰ উদযাপন নিশ্চিত কৰিছিল… এবছৰীয়া প্ৰেমৰ শুভেচ্ছা থাকিল!’’

আবেগ বিধূৰ হৈ পৰা প্ৰিয়ংকাই ক্যাৰেৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে। প্ৰিয়ংকাই লিখিছে, ‘’আপোনাৰ সৈতে সাক্ষাৎ অত্যন্ত মধুৰ আৰু আপোনাৰ প্ৰদৰ্শনৰ বাবে ধন্যবাদ।‘’

উল্লেখযোগ্য নিক আৰু প্ৰিয়ংকাই দুমাহ প্ৰেমৰ অন্তত ২০১৮ চনৰ জুলাই মাহত বিবাহৰ বাবে সিদ্ধান্ত লৈছিল। তেওঁলোকে যোৱা ডিচেম্বৰত ভাৰতত তিনিদিনীয়া এক বিবাহ উৎসৱত যুগ্ম জীৱনৰ পাতনি মেলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd