• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি

প্ৰধান মন্ত্ৰীৰ বাসগৃহৰ খাদ্যত ব্যৱহাৰ হোৱা নাই পিয়াজ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2019 6:58 pm

1 min read

onion

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

7.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতে বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি পাইছে।

বৰ্তমান বাংলাদেশে বায়ুপথেৰে দেশখনলৈ পিয়াজৰ ৰপ্তানি কৰি আছে।

ভাৰতৰ পিয়াজ উৎপাদনৰ মূল স্থল মহাৰাষ্ট্ৰত বানপানীৰ বাবে পিয়াজৰ খেতি বিনষ্ট হোৱাৰ পাছত ভাৰতে বাংলাদেশলৈ পিয়াজৰ ৰপ্তানি বন্ধ কৰিছিল।

ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পূৰ্বে বাংলাদেশত এক কিলোগ্ৰাম পিয়াজৰ বজাৰ মূল্য আছিল ৩০-৪০ টকা কিন্তু বৰ্তমান পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি পাইছে।

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ মিডিয়া সচিৱ হাচান জাহিদ তুষেৰে শনিবাৰ পৰ্যন্ত প্ৰধান মন্ত্ৰীৰ বাসভৱনৰ কোনো খাদ্যতে পিয়াজ ব্যৱহাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰে।

আনহাতে, দেশখনৰ স্থানীয় নাগৰিকে পিয়াজৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে দেওবাৰে ঢাকালৈ ম্যানমাৰ, তুৰ্কী, চীন আৰু ইজিপ্তৰ পৰা বিমানেৰে পিয়াজ ৰপ্তানি কৰা হয়।

বাংলাদেশ চৰকাৰৰ দ্বাৰা পৰিচালিত ট্ৰেডিং কোৰপোৰেশ্যন অব বাংলাদেশে ঢাকা চহৰত ৪৫ টকা সুলভ মূল্যত পিয়াজ যোগান ধৰিছে।

বাংলাদেশৰ ভালেমান ৰেষ্টুৰেণ্ট আৰু হোটেলৰ ম্যেনুৰ পৰা পিয়াজ বাদ দিয়া হৈছে বুলি খবৰ প্ৰকাশ হৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd