• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা এনকাউন্টাৰ! অৱশেষত ৰৌতাৰ এনকাউণ্টাৰ ভুল আছিল বুলি তথ্য সদৰী আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2023 11:13 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ওদালগুৰি জিলাৰ ৰৌতাৰ এনকাউণ্টাৰৰ প্ৰকৃত তথ্য পোহৰলৈ আহিছে। দৰাচলতে, আৰক্ষীয়ে প্ৰথমতে কেনাৰাম বড়োৰ বুলি দাবী কৰা এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন আছিল ডিম্বেশ্বৰ মুছাহাৰী।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে চি আই ডিয়ে প্ৰকাশ কৰিছে যে ডিএনএ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰক্ষী এই কথাত নিশ্চিত হৈছে। বিবৃতিটোত ওদালগুৰি এনকাউণ্টাৰত ভুল আছিল বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে আৰক্ষীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত ৰৌতাৰ ধনশিৰিখুটি গাঁৱত হোৱা ‘গুলীয়াগুলীত’ দুজন আৰক্ষী আহত হোৱা বুলি দাবী কৰিছিল।  

Apply Now

লগতে পঢ়ক: ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

এনকাউন্টাৰৰ পিছত প্ৰথমে আৰক্ষীয়ে মৃতদেহটো দুধৰ্ষ ডকাইত কেনাৰাম বড়োৰ বুলি দাবী কৰিছিল। সেইদৰে, কেনাৰামৰ পৰিয়ালেও ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহকেই কেনাৰাম বুলি সমাধিস্থ কৰিছিল।

তাৰ পাছতেই ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে দাবী কৰিছিল যে সেই মৃতদেহটো কেনাৰামৰ নহয়, ডিম্বেশ্বৰ মুছাহাৰীৰহে। এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছিল। তাৰপিছত যোৱা ২৮ ফেব্ৰুৱাৰীত ডি এন এ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ অনা হৈছিল মৃতদেহটো।

ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীৰ দাবীৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিজিপিক এক চিআইডি তদন্তৰ বাবে নিৰ্দেশ দিয়ে। যোৱা ২ মাৰ্চত এই তদন্ত আৰম্ভ হৈছিল।

অৱশেষত শনিবাৰে GMCHত চিনাক্ত কৰা হৈছে মৃতদেহটো। ফ’ৰেন্সিক পৰীক্ষাৰ অন্তত পৰিয়ালক লোকক ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো গতাই দিয়া হৈছে। তদন্তৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব।

লগতে পঢ়ক: প্ৰচণ্ড তুষাৰপাতৰ ফলত পূব ছিকিমত আৱদ্ধ প্ৰায় ৯০০ পৰ্যটক; উদ্ধাৰ অভিযানত নামিছে সেনা

উল্লেখ্য যে প্ৰাক্তন এনডিএফবি বিদ্ৰোহী কেনাৰাম বড়োক অসম আৰু মেঘালয়ত সশস্ত্ৰ ডকাইতিৰ কেইবাটাও গোচৰত আৰক্ষীয়ে বিচাৰি আছিল আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো অস্ত্ৰৰে সৈতে তেওঁক গ্ৰেপ্তাৰো কৰা হৈছিল।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd