• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 12, 2023 9:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদৰোগ নহয়, সতীশ কৌশিকক ঔষধ সেৱন কৰাই হত্যা কৰা হৈছিল! শনিবাৰে ৰাতিপুৱাৰ পৰা এনে ধৰণৰ বাতৰি পোৱা গৈছিল। দিল্লী প্ৰশাসনৰ ইন্টেলিজেন্স ব্যুৰোৱে তালাচী চলাই অভিনেতাজনৰ ফাৰ্ম হাউচৰ পৰা কিছু ‘ঔষধ’ বিচাৰি পাইছিল। ইয়াৰ পিছতে তেওঁলোকৰ সন্দেহ ঘণীভূত হৈ পৰে।

উক্ত সন্দেহ শনিবাৰে আৰু গভীৰ হৈ উঠে। বাতৰি অনুসৰি, এগৰাকী অচিনাক্ত মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। তেওঁ অভিযোগ কৰে যে সতীশে তেওঁৰ স্বামীৰ পৰা ১৫ কোটি টকা পাবলগীয়া আছিল। তেওঁৰ স্বামীয়ে টকা খিনি দিব বিচৰা নাছিল। ইপিনে, সতীশে তেওঁৰ পৰা টকাখিনি ঘূৰাই বিচাৰি আছিল। ইয়াৰ পিছতে হেনো সেই বিশেষ ঔষধ খুৱাই সতীশক হত্যা কৰা হৈছে।

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়: মহিলা ন্যায়াধীশৰ অলংকাৰকলৈ কৰা মন্তব্যৰ বাবে অৱমাননাৰ গোচৰত দোষী সাব্যস্ত অধিবক্তা

Apply Now

মহিলাগৰাকীয়ে লগতে দাবী কৰিছে যে তেওঁ ২০১৯ চনত এজন ব্যৱসায়ীক বিয়া কৰাইছিল। তেওঁৱেই এই হত্যাকাণ্ডৰ আঁৰৰ নায়ক। তেওঁ সতীশ কৌশিকৰ সৈতে পৰিচিত আছিল। প্ৰয়াত অভিনেতাজনে ব্যৱসায়ীজনক ভাৰত আৰু ডুবাইত নিয়মীয়াকৈ লগ পাইছিল।

তেওঁৰ মতে, কৌশিক ২০২২ৰ ২৩ আগষ্টত ডুবাইত তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁ ব্যৱসায়ীজনৰ পৰা ১৫ কোটি টকা ঘূৰাই বিচাৰিছিল। অভিযোগকাৰী মহিলাগৰাকীয়ে লগতে কয় যে সেই সময়ত কৌশিক আৰু তেওঁৰ স্বামীৰ মাজত হোৱা বিবাদত তেওঁ উপস্থিত আছিল।

প্ৰবীণ অভিনেতাজনে এক তীব্ৰ বিত্তীয় সংকটৰ মাজেৰে দিন পাৰ কৰিছিল। তেওঁক ধনৰ অতি প্ৰয়োজন। তিনি বছৰ আগতে তেওঁ ব্যৱসায়ীজনক ব্যৱসায়ৰ বাবে ১৫ কোটি টকা দিছিল। কৌশিকে সেইটোৱেই ঘূৰাই বিচাৰিছিল।

বাক-বিতণ্ডাৰ সময়ত সতীশে এইটোও কৈছিল যে তেওঁৰ ধন তিনি বছৰত বিনিয়োগ কৰা হোৱা নাছিল। তেওঁ কোনো লাভাংশও পোৱা নাছিল। অৰ্থাৎ তেওঁ প্ৰতাৰিত হৈছে।

লগতে পঢ়ক: চৌদি আৰৱ-ইৰাণৰ সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে চীনৰ মধ্যস্থতা; অস্বস্তিত আমেৰিকা

তেওঁ আৰক্ষীক ডুবাইৰ এটা পাৰ্টিত অভিযুক্ত ব্যৱসায়ী আৰু কৌশিকৰ এখন ছবিও দেখুৱাইছে। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ পুত্ৰও পাৰ্টিত উপস্থিত আছিল।

অভিযোগ অনুসৰি, তেওঁৰ স্বামী বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ কৌশিকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সোনকালেই টকা পৰিশোধ কৰিব। পিছত, কথাৰ মাজতে তেওঁ পত্নীক কৈছিল যে অতিমাৰীৰ সময়ত তেওঁ কৌশিকৰ ধন অপচয় কৰিছিল। তেওঁ ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবেই হেনো সতীশক ষড়যন্ত্ৰ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd