• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেঙণিৰ ধাৰাবাহিক “বেগমজান” সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা; দিলে কাৰণ দৰ্শোৱাৰ জাননী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2020 11:01 am
WhatsApp Image 2020-08-25 at 10.20.05 AM
2.6k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ২ মাহ পূৰ্বে ৰেঙণি চেনেলত আৰম্ভ হোৱা ‘বেগমজান’ নামৰ ধাৰাবাহিক খনৰ সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই।

এই ধাৰাবাহিক আৰম্ভ হোৱা দিনাৰ পৰা ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বিশেষকৈ হিন্দু ধর্মৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বেগমজানৰ বিৰুদ্ধে।

ৰাজ্যজুৰি হিন্দুত্ববাদী দল-সংগঠনে এই ধাৰাবাহিকৰ বিৰুদ্ধে আন্দোলন প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল।

এই বিতৰ্কৰ পিছতেই বেগমজান নামৰ ধাৰাবাহিক খনৰ সম্প্ৰচাৰত বাধা আৰোপ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

WhatsApp Image 2020-08-25 at 9.57.49 AM

গুপ্তাই এক নিৰ্দেশনা যোগে ধাৰাবাহিক সম্প্ৰচাৰত বাধা আৰোপ কৰিছে ।

কেব’ল টেলিভিশ্বন নেটৱৰ্কচ (ৰেগুলেশ্যন) এক্ট, ১৯৯৫ৰ অধীনত বেগমজান নামৰ ধাৰাবাহিক খন সম্প্ৰচাৰত নিষেধাজ্ঞ আৰোপ কৰা হৈছে ।

ইপিনে, ৰেঙণি চেনেল কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছে মহানগৰ আৰক্ষী আয়ুক্তই।

উল্লেখযোগ্য যে, হিন্দু জাগৰণ মঞ্চ, ব্ৰাহ্মণ সমাজে এই ধাৰাবাহিকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল।

আনকি বহুজনে ছ’চিয়েল মিডিয়াত বেগমজানৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰীতি কংগনাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd