• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহিত পুৰুষ সকলৰ ৮০ শতাংশই নিৰ্যাতিত; পুৰুষ নিৰ্যাতন বিৰোধী আইনৰ দাবীৰে বাংলাদেশত প্রতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 11:42 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইন্টাৰনেট

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইন্টাৰনেট

4.7k
VIEWS
Share on FacebookShare on Twitter

নাৰী নিৰ্যাতন ৰোধৰ ক্ষেত্ৰত একাধিক আইন থাকিলেও এইক্ষেত্ৰত পুৰুষ সকল বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

কোনোধৰণৰ আইনী ৰক্ষাকৱচ নথকাৰ বাবে বহুসংখ্যক পুৰুষ নিৰ্যাতনৰ সন্মুখিন হ’বলগীয়া হয়।

এইবাৰ বাংলাদেশত পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি প্ৰতিবাদ আৰম্ভ হৈছে। বাংলাদেশ পুৰুষ অধিকাৰ ফাউণ্ডেশ্যন নামৰ এটা সংস্থাৰ উদ্যোগত দেশখনত পুৰুষ নিৰ্যাতন ৰোধৰ বাবে নতুন আইনৰ দাবী উত্থাপন হৈছে।

দেশত পুৰুষ নিৰ্যাতন ৰোধ সম্পৰ্কীয় আইনৰ দাবীৰে সংস্থাটোৱে আগন্তুক ১৯ নৱেম্বৰত আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপন কৰিব।

নিৰ্যাতনৰ সন্মুখিন হোৱা পুৰুষ সকলৰ সহযোগিতাৰ বাবে গঠিত হোৱা সংস্থাটোৱে দাঙি ধৰা তথ্য অনুসৰি বাংলাদেশত প্ৰতিদিনে অতিকমেও পাঁচগৰাকী বিবাহিত পুৰুষ নিজ পত্নীৰ দ্বাৰা নিৰ্যাতিত হ’বলগীয়া হয়।

দেশৰ বিবাহিত পুৰুষ সকলৰ ৮০ শতাংশই কোনোবা মহিলাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখিন হৈ আহিছে বুলিও সংস্থাটোৱে নিজৰ তথ্যত উল্লেখ কৰে।

‘‘সামাজিক কাৰণৰ পৰিণতিত পুৰুষ সকলে এইকথা মুকলিভাৱে ক’ব নোৱাৰে যাৰবাবে পুৰুষ সকলে ক্ৰমাগতভাৱে এই নিৰ্যাতন সহ্য কৰিবলগীয়া হয়’’ বাংলাদেশ পুৰুষ অধিকাৰ ফাউণ্ডেশ্যনৰ মহাসচিৱ ফাৰুক চাজেদে এইদৰে কয়।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd