DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAAৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2020 8:22 am
Protest

প্ৰতিনিধিত্বমূলক চিত্ৰ

19.8k
VIEWS
Share on FacebookShare on Twitter

জাতিধংসী কা বাতিলৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত বুধবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই দুজন সাংবাদিকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ ভুৱা গোচৰ ৰুজু কৰিছিল।

বুধবাৰৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সামাজিক, সাংস্কৃতিক, সাহিত্য আৰু ছাত্ৰ সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

পিছত প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ জৰিয়তে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ উঠাই লোৱাৰ দাবীত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদক প্ৰৰোচিত কৰাৰ অভিযোগত ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকতৰ সাংবাদিকক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সাংবাদিকগৰাকীক স্থানীয় আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু পাছত জামিনত মুক্তি লাভ কৰে।

আনহাতে, এই জাতিধ্ংসী নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা গুৱাহাটীস্থিত এটা অসমীয়া নিউজ চেনেলৰ সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধেও ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এটা গোচৰ ৰুজু কৰিছিল।

সৌভাগ্যক্ৰমে, এই পৰ্যন্ত তেওঁ গ্ৰেপ্তাৰ হোৱা নাই।

ইফালে, বুধবাৰে যোৰহাট বাৰ এছ’চিয়েশ্যনেও সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd