• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 23, 2024 3:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
অসমৰ এক জ্বলন্ত সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ দীৰ্ঘ দিনৰ পৰা প্ৰতিবাদ,আলোচনা চলি আহিছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে। ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ উদ্যেগত নতুন দিল্লীৰ যন্তৰ-মন্তৰত আজি ২৩ ছেপ্টেম্বৰ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দেশৰ ৰাজধানীৰ পৰা ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিবলৈ সকিয়াই দিয়া হয় ।
প্ৰতিবাদস্থলীৰ পৰাই মৰাণ,মটক,টাই আহোম,চুতীয়া,কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত স্মাৰক পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ,গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাজ্যসভাত অনুসূচীত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, তাত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতি মৰ্যদা প্ৰদান কৰাৰ কথা স্পষ্ট ভাৱে উল্লেখ কৰা হৈছিল কিন্তু আজি পৰ্যন্ত এই বিধেয়ক গৃহীত হৈ আইনলৈ ৰূপান্তৰিত নহল।
অন্যহাতে ২০১৯ বৰ্ষৰ ৭ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগৰ লগত হোৱা বৈঠকৰ পিছত আয়োগে স্পষ্টভাৱে অসমৰ মৰাণ,মটক,টাই আহোম,চুতীয়া,কোঁচ-ৰাজবংশী আৰু চাহজনগোষ্ঠীক অনুসূচীত জনজাতিকৰণৰ পক্ষত মতপোষণ কৰিছিল।
জনজাতি মন্ত্ৰণালয়ৰ তৰফৰ পৰা পত্ৰ নং- 12026/02/2003-C&LM(5th Jan,2019)ত উল্লেখ কৰিছিল যে ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমৰ ছয় জনগোষ্ঠীৰ বৈশিষ্ট্য সমূহ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ অন্তত জনজাতি মৰ্যদা প্ৰদানৰ যোগ্য বুলি আনুষ্ঠানীক ভাবে জনাই । দুৰ্ভাগ্যজনক ভাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট আয়োগ,সমিতি সমূহে সন্মতি প্ৰদান কৰা পিছতো ডাবল ইঞ্জিনৰ চৰকাৰে আমাক চূড়ান্ত প্ৰতাৰণা কৰি কংগ্ৰেছৰ দিনৰ অসম বিধানসভাৰ এক প্ৰস্তাৱৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই বুলি অসমৰ মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যক অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে ছয় জনগোষ্ঠী ঐক্য মঞ্চই।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা,চুতীয়া যুৱ সন্মিলন অসম, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে । অতি শীঘ্ৰেই এই দাবী পূৰণ নকৰিলে আগন্তুক দিনত জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ছয় জনগোষ্ঠী ঐক্য মঞ্চই। ছয় জনগোষ্ঠীৰ ৰাইজৰ সহযোগত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্যৰ মিত্ৰদলীয় চৰকাৰক কঠোৰ প্ৰত্যাহবান জনোৱাৰ হুংকাৰ ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ।
Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd