• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ : হিমন্ত বিশ্বক আগচি ধৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , February 1, 2019 7:10 am

1 min read

20190131071304_IMG_4648-01

বিশ্বনাথত বৃহস্পতিবাৰে টায়াৰ জ্বলাই বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ সাৱ্যস্ত। ফটো : নৰ্থইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগচি ধৰাৰ চেষ্টা চলায়। ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আগচি ধৰি দল-সংগঠনসমূহে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে সেয়া ব্যৰ্থ কৰে।

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ টায়াৰ জ্বলাই দল-সংগঠনৰ প্ৰতিবাদকাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্বক আগচি ধৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

ইয়াৰ কিছুসময় পাছতেই সেইপিনেদি পাৰ হৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্বক উদ্দেশ্যি পথৰ কাষত ৰৈ থকা প্ৰতিবাদকাৰীয়ে ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’ ধ্বনি দিয়াৰ লগতে বিধেয়ক বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰিত নলবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰা আছুৰ প্ৰতিবাদকাৰীক আৰক্ষী আৰু বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ উপৰি বিজেপি কৰ্মীয়ে আছুৰ পতাকা গচকি কৰা অপমানৰ পাছৰে পৰা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd