• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদীয়ে গুৰুলা গুৰুলকৈ পিটিলে বিজেপি বিধায়কক, ক’লা চিঁয়াহী মাৰিলে গালৈ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 11:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদল কৃষকে এজন বিজেপি বিধায়কক আগুৰি ধৰে আৰু গুৰুলা গুৰুলকৈ পিটন দিয়ে।

বিধায়কজনৰ কাপোৰ ফালি তেওঁৰ গালৈ কলা চিঁয়াহী মৰা হয়।

Apply Now

ঘটনাটো সংঘটিত হৈছে শনিবাৰে পঞ্জাৱৰ মুক্তছাৰ জিলাৰ মালোট নামৰ ঠাইখনত।

আবহাৰ সমষ্টিৰ বিজেপি বিধায়ক অৰুণ নাৰাঙ আৰু স্থানীয় পালিনেতাসকলক এখন সংবাদমেল সম্বোধন কৰিবলৈ যোৱা অৱস্থাত ঠাইখনৰ এটা প্ৰতিবাদী কৃষকৰ দলে আগুৰি ধৰে।

প্ৰতিবাদীসকলে ঠাইখনৰ বিজেপি কাৰ্যালয়ৰ সমুখত বিধায়কজন আহি পোৱালৈ ৰৈ আছিল।

অহাৰ লগে লগে, প্ৰতিবাদী কৃষকসকলে তেওঁলৈ ক’লা চিয়াঁহী নিক্ষেপ কৰে আৰু গাড়ীতো দাগ লগায়।

তাৰপাছতে  আৰক্ষীয়ে বিধায়ক আৰু পালিনেতাকেইজনক কাষৰ দোকান এখনলৈ লৈ যায় আৰু সুৰক্ষাপ্ৰদান কৰে।

কিন্তু অলপ পাছত যেতিয়া তেওঁলোক দোকানখনৰ পৰা ওলাই আহে, আৰক্ষীৰ অভিযোগ অনুসৰি প্ৰতিবাদীসকলে তেওঁলোকক মাৰধৰ কৰে আৰু বিধায়কজনৰ কাপোৰ ফালিবলৈ ধৰে।

লগে লগে আৰক্ষীয়ে বিধায়কজনক সুৰক্ষিত স্থানলৈ লৈ যায়।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭কে (হত্যাৰ চেষ্টা) ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

বৰ্তমান ২৫০ৰ পৰা ৩০০ জন প্ৰতিবাদী কৃষকেৰে গঠিত দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

পঞ্জাৱৰ আটাইকেইটা প্ৰধান ৰাজনৈতিক দলেই ঘটনাটোক গৰিহণা জনাইছে।

শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদলে আৰক্ষীয়ে জনপ্ৰতিনিধিক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ সিঙে  কয় যে ঘটনাটোৰ আঁৰত আছে ৰাজ্যখনৰ শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰ।

সিঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগৰ দাবী কৰে।

কংগ্ৰেছ নেতা সুনীল জখৰে ঘটনাটোক ‘আইনবিৰুদ্ধ’ বুলি অভিহিত কৰি কৈছে যে এনেধৰণৰ ঘটনা গণতন্ত্ৰত শোভা নাপায় আৰু ই কৃষক আন্দোলনক দুৰ্বল কৰিব।

আনহাতে, সংযুক্ত কিষাণ মৰ্চা (এছকেএম) নেতা দৰ্শন পলে ঘটনাটোক গৰিহণা জনাই কৈছে যে তেওঁৰ সংগঠনে এনেধৰণৰ ঘটনাক উৎসাহিত নকৰে আৰু সকলো প্ৰতিবাদকাৰীয়ে সুস্থ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd