• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

পিএছজিৰ শিবিৰত ক’ৰণাতংক! এইবাৰ ক’ৰণাত আক্ৰান্ত হ’ল জিয়ানুলুইগি ড’নাৰুম্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2022 8:06 am
Gianluigi Donnarumma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফৰাচী ফুটবল ক্লাৱ পেৰিছ জেইণ্ট জাৰ্মেইনৰ শিবিৰত ক’ৰণাই এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা ২ জানুৱাৰীত তাৰকা খেলুৱৈ লিঅ’নেল মেছিকে ধৰি দলটোৰ পাঁচনকৈ খেলুৱৈ ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ গ’লৰক্ষক জিয়ানলুইগি ড’নাৰুম্মাৰ শৰীৰত ধৰা পৰিছে ক’ৰণাৰ উপস্থিতি।

ক্লাবটোৱে মঙলবাৰে ঘোষণা কৰে যে ভানেছৰ বিৰুদ্ধে ফ্ৰেঞ্চ কাপৰ এখন খেলত অংশ লোৱাৰ পিছতেই ড’নাৰুম্মা শৰীৰত ক’ভিদৰ সংক্ৰমণৰ ধৰা পৰিছে।

Apply Now

ইয়াৰ ফলত ড’নাৰুম্মাই অহা সোমবাৰে লিয়নৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া লিগ ১ মেচখনত অংশ ল’ব নোৱাৰিব।

উল্লেখ্য যে সোমবাৰে ফ্ৰেঞ্চ কাপৰ অন্তিম ১৬ ত প্ৰৱেশ কৰা দলটোত লিঅ’নেল মেছি, দানিলো পেৰেৰা, জুৱান বাৰ্ণাট, ছাৰ্জিঅ’ ৰিকো আৰু নাথন বিতুমাজালা ক’ৰণাত আক্ৰান্ত হোৱাৰ বাবে অনুপস্থিত আছিল। অৱশ্যে খেলখনত পিএছজি ভানেছৰ বিৰুদ্ধে ৪-০ গ’লত জয়ী হয়।

আনহাতে পিএছজিৰ প্ৰশিক্ষক মাউৰিচিঅ পোচেত্তিনোৱে কয় যে দলৰ ভিতৰচৰাত অধিক ক’ভিদ সংক্ৰমণ হ’ব পাৰে। সেয়ে প্ৰতিজন খেলুৱৈৰ পৰিস্থিতি অনুসৰণ কৰি থকা হৈছে।

অৱশ্যে ক’ভিদত আক্ৰান্ত হোৱা জুয়ান বেৰ্ণাট সোমবাৰে আৰু মঙলবাৰে দুটাকৈ ক’ভিদ পৰীক্ষাৰ পিছত ক’ৰণাৰ পৰা মুক্ত হৈছে বুলি ক্লাৱটোৱে জানিবলৈ দিয়ে। স্পেনিছ ডিফেণ্ডাৰজনে বুধবাৰে পুনৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব।

উল্লেখ্য যে পিএছজিৰ লগতে বৰ্ডো, ল’ৰিয়েণ্ট, এংগাৰছ আৰু লিলিকে ধৰি কেইবাটাও লিগ 1 ৰ ক্লাৱত ক’ৰণাৰ সংক্ৰমণ ঘটিছে।

এংগাৰছ আৰু ছেইণ্ট-এটিনৰ মাজত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখন ইতিমধ্যে পিছুৱাই দিয়া হৈছে। আনহাতে বৰ্ডো আৰু মাৰ্চেইলৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেচখন অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd