• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ ফেক চহৰক পেলনীয়া সামগ্ৰী-মুক্ত চহৰ ঘোষণা ফেক চহৰ চেখেছাং ছাত্ৰ সন্থাৰ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
November 11, 2018 8:53 pm
Phek additional deputy commissioner Avelu Ruho (fifth from right) with the students. Pic by Bhadra Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ ফেক চহৰক  ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই (The Phek Town Chakhesang Students’ Union চমুকৈ PTCSU) পেলনীয়া সামগ্ৰী-মুক্ত চহৰ হিচাপে ঘোষণা কৰিছে। শনিবাৰে ছাত্ৰ  সংগঠনটোৱে ইয়াৰ সপ্তম অনাময় ও ঘোষণা অভিযানৰ (7th phase sanitation drive-cum-declaration) সময়ত ফেক চহৰক এইদৰে পেলনীয়া সামগ্ৰী নিষিদ্ধ চহৰ হিচাপে ঘোষণা কৰে।

ছাত্ৰ সংগঠনটোৱে ৰাজ্যখনৰ বন বিভাগৰ দ্বাৰা ফেক চহৰৰ ‘ক্লক টাৱাৰ’ত  আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় ‘ৰয়েল ফাউণ্ডেশ্যন স্কুল’ক চহৰখনৰ প্ৰথমখন পেলনীয়া সামগ্ৰী মুক্ত বিদ্যালয় হিচাপে ঘোষণা কৰা হয়।

Apply Now

এই অনুষ্ঠানত নিমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি ফেকৰ অতিৰিক্ত উপায়ুক্ত আভেলু ৰুহেৱে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সেউজ কৰি ৰখাৰ ক্ষেত্ৰত ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই গ্ৰহণ কৰা ভুমিকাৰ শলাগ লয়।

তেওঁ আৰু কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতি গৰাকী নাগৰিকৰেই দায়িত্ব। তেওঁ উপস্থিত সমজুৱাক প্ৰদূষণৰ পৰা মুক্ত থকাৰ বাবে আহ্বান জনায়।

অহা বছৰত অনুষ্ঠিত হ’বলগীয়া বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ৰুহোৱে ছাত্ৰ সংগঠনটোক আহ্বান জনায় । তেওঁ কয় যে তেওঁ চহৰখনত ২০০০জোপা চেৰীগছৰ পুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁ আৰু কয় যে ফেক চহৰৰ ৰয়েল ফাউণ্ডেশ্যন স্কুলক প্ৰথমখন পেলনীয়া সামগ্ৰী মুক্ত বিদ্যালয় হিচাপে ঘোষণা কৰাৰ প্ৰশংসাসূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বিদ্যালয়খনৰ ব্যৱস্থাপনা কমিটীখনে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত জোৰ দিয়ে আৰু চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ সৈতে জড়িত থকাৰ বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ছাত্ৰ সংগঠনটোৱে চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ৪টা জাবৰ পেলোৱা পাত্ৰ (litterbin) দান কৰে আৰু বন বিভাগে ৰয়েল ফাউণ্ডেশ্যন স্কুলক এটা জাবৰ পেলোৱা পাত্ৰ দান কৰে।

এই কাৰ্যসূচীত খৃষ্টিয়ান মিশ্যনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰয়েল ফাউণ্ডেশ্যন স্কুলৰ প্ৰায় ৮৫ ০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চহৰখনৰ ক্লক টাৱাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে বিস্তৃত এটা অনাময় অভিযানত  অংশগ্ৰহণ কৰে।

ফেক চহৰ চাখেছাং ছাত্ৰ সন্থাই আয়োজন কৰা এই অনাময় কাৰ্যসূচীত চহৰখনত মোতায়েন আছাম ৰাইফলছৰ বিষয়া আৰু জোৱানসকলেও অংশগ্ৰহণ কৰে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd