• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত আলংকাৰিক মাছ উৎপাদন আৰু পালনৰ বাবে পাব্লিক একুৱাৰিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
November 25, 2021 11:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৰাজধানী দিছপুৰৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠক নামনি অসমৰ অন্যতম ব্যস্ততাপূৰ্ণ চহৰ বঙাইগাঁৱত অনুষ্ঠিত হয়৷ এই উপলক্ষে কেবিনেট বৈঠকৰ লগতে কেবাটাও কাৰ্যসূচী লৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কালি পুৱাৰ ভাগতে বঙাইগাঁৱত উপস্থিত হৈছিল৷

বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত কেবিনেট বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিমল বড়া, কেশৱ মহন্ত, অতুল বৰা, ৰণোজ পেগু,পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ,যোগেন মহন, সঞ্জয় কিষাণ , উৰ্খাও গোৰা ব্ৰহ্ম, পীযুষ হাজৰিকাকে ধৰি অশোক সিংঘলক বাদ দি সকলো মন্ত্ৰী উপস্থিত থাকে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও চহৰৰ মাজমজিয়াত বৰবজাৰৰ ওচৰত ছয়মহলীয়া চিলাৰায় মাৰ্কেটৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত জলসম্পদ,তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাও উপস্থিত থাকে।বঙাইগাঁও পৌৰসভাৰ দ্বাৰা নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ১৬.৬৭ কোটি টকা ব্যয় সাপেক্ষে এই চিলাৰায় মাৰ্কেট কমপ্লেক্স নিৰ্মাণ কৰা হ’ব।

Apply Now

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।দেউৰীপাৰাত প্ৰধানমন্ত্ৰী মৎস সম্পদা যোজনাৰ অধীনত কম খৰচতে মীন পালন কৰি জীৱিকা নিৰ্বাহ কৰাৰ সহায়ক হোৱাকৈ ৫টা আত্ম-সহায়ক গোটক মাছ কঢ়িওৱা ৫খন বৰফ বাকচযুক্ত ভেনগাড়ী প্ৰদান কৰা হয় আৰু লগতে ৰাধা-কৃষ্ণ আত্ম-সহায়ক গোটক আবন্টন দিয়া চাৰিটা মাছ পালনৰ টেংক উদ্বোধন কৰে।

বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে চিলাৰায় উৰণীয়াসেঁতুৰ মূৰতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কৰা ৩৯লাখ টকা ব্যয় সাপেক্ষ ক্লক টাৱাৰ উদ্বোধন কৰে। ভাৰত চৰকাৰৰ এচ চি এচ পি আঁচনিৰ অধীনত বঙাইগাঁও পৰিৱেশ উদ্যানত সমৃদ্ধি প্ৰকল্পৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ একুৱাকালচাৰ আৰু জৈৱ বৈচিত্ৰ কেন্দ্ৰ,আই চি এ আৰ-এন বি এফ জি আৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনে যুটীয়াভাৱে ৰূপায়ণ কৰা পাব্লিক একুৱাৰিয়ামো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

ইয়াত আলংকাৰিক মাছ উৎপাদন আৰু পালন কৰাৰ ব্যৱস্থা আছে।প্ৰায় ৪৩লাখ টকা ব্যয় হৈছে এই পাব্লিক একুৱাৰিয়াম নিৰ্মাণ কৰোতে।

৬২টা ডাঙৰ একুৱাৰিয়াম আছে এই পাব্লিক একুৱাৰিয়াম চৌহদত আৰু ইয়াত থলুৱা প্ৰজাতিৰ আলংকাৰিক মাছৰ লগতে বাহিৰৰ পৰা আমদানিকৃত আলংকাৰিক মাছো ৰখা হৈছে।

এই পাব্লিক একুৱাৰিয়াম চাবলৈ টিকট দিয়াৰ ব্যৱস্থা আছে যাতে ইয়াৰ লগত জড়িত নিৰ্বাচিত হিতাধিকাৰীসকলে জীৱিকা অৰ্জন কৰিব পাৰে।বাহিৰৰ পৰা আমদানিকৃত আলংকাৰিক মাছসমূহৰ উৎপাদন আৰু ব্যৱসায়ৰ জৰিয়তেও হিতাধিকাৰীসকলে উপাৰ্জন কৰিব পাৰিব।

ইতিমধ্যে ২০গৰাকী মহিলা হিতাধিকাৰীক পাব্লিক একুৱাৰিয়ামত আলংকাৰিক মাছ পালন আৰু উৎপাদনৰ বাবে বাচনি কৰা হৈছে আৰু প্ৰকল্পটি তেওঁলোকক চমজাই দিয়া হ’ব।

পাব্লিক একুৱাৰিয়ামৰ কাৰিকৰী দিশটো চাবলৈ এজন প্ৰশিক্ষণপ্ৰাপ্ত লোক নিয়োগ কৰা হৈছে আৰু তেওঁ হিতাধিকাৰীসকলক প্ৰশিক্ষণ দিব। উক্ত অনুষ্ঠানত মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd