DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুলৱামাৰ ঘটনাক মোগলৰ আক্ৰমণৰ সৈতে ৰিজালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2019 12:53 pm
১৭ ফেব্ৰুৱাৰিত লখিমপুৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন সভাত অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো : য়ু বি।

১৭ ফেব্ৰুৱাৰিত লখিমপুৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন সভাত অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো : য়ু বি।

384
VIEWS
Share on FacebookShare on Twitter

১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলৱামাত হোৱা আত্মঘাতী বোমাৰুৰ আক্ৰমণৰ ঘটনাক মোগলৰ আক্ৰমণৰ সৈতে ৰিজালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ১৭ ফেব্ৰুৱাৰিত লখিমপুৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন সভাত ভাষণ দি মুখ্য মন্ত্ৰীজনে এই ৰিজনি দাঙি ধৰে। সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহো উপস্থিত আছিল।

‘‘আমি আজিও মোগলৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থাকিব লগীয়া হৈছে। মোগলৰ আক্ৰমণ শেষ হোৱা নাই। কাশ্মীৰৰ ঘটনা তাৰ প্ৰমাণ’’, মুখ্য মন্ত্ৰীজনে কয়।

‘‘আমি লাচিত বৰফুকন আৰু তেওঁৰ সেনাপতি বাঘ হাজৰিকাৰ দৰে মোগলৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব’’, শৰাইঘাটৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি সোণোৱালে কয়।

কাশ্মীৰৰ ঘটনাক ভাৰতৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদৰ আক্ৰমণ বুলিও কৈ মুখ্য মন্ত্ৰীয়ে কয়, ‘‘আমাৰ বীৰ জোৱানসকল চহিদ হ’ল, তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদিলো।’’

উল্লেখযোগ্য যে কাশ্মীৰৰ আত্মঘাতী বোমা আক্ৰমণটোত ৪০জনকৈ চি আৰ পি এফ জোৱান নিহত হয়। এওঁলোকৰ মাজত অসমৰো এজন জোৱান মনেশ্বৰ বসুমতাৰীও আছে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd