• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঞ্জাৱত পাকিস্তানী দ্ৰোণে পেলাই থৈ যোৱা ১১ টা গ্ৰেণেড উদ্ধাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 8:57 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঞ্জাৱ আৰক্ষীয়ে সোমবাৰে পাকিস্তানে দ্ৰোণেৰে পেলাই থৈ যোৱা ১১ টা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে।

ভাৰত-পাকিস্তান সীমান্তৰ গুৰদ্বাছপুৰত পাকিস্তানৰ এখন সন্দেহজনক দ্ৰোণে ১১ টাকৈ হেণ্ড গ্ৰেণেড পেলাই থৈ যায় বুলি পাঞ্জাৱ আৰক্ষীয়ে উল্লেখ কৰে।

Apply Now

পাকিস্তানী দ্ৰোণখনক দেখাৰ লগে লগে সীমান্তত বি এছ এফে গুলিয়াই ভূপতিত কৰে।

পাঞ্জাৱ আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান দিনকৰ গুপ্তাৰ ভাষ্য অনুসৰি তেওঁলোকে বি এছ এফৰ তৰফৰ পৰা খবৰ লাভ কৰাৰ পাছতে দ্ৰোণৰ পৰা নিক্ষেপ কৰা সামগ্ৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু ১১ টা দ্ৰোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, পাকিস্তানী সেনা বাহিনী আৰু সন্ত্ৰাসবাদী গোটে দীৰ্ঘদিনৰ পৰা পাঞ্জাৱত থকা খালিস্তানী বিদ্ৰোহীক উদ্যেশ্য কৰি এনেদৰে অবৈধভাৱে অস্ত্ৰৰ যোগান অব্যাহত ৰাখিছে।

পাকিস্তানে কাশ্মীৰ আৰু পাঞ্জাৱৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰৰে সদায় এনেদৰে অবৈধ পন্থাক অৱলম্বন কৰি আহিছে যদিও ভাৰতীয় সুৰক্ষা বাহিনীয়ে সেই প্ৰচেষ্টা ব্যৰ্থ কৰি আহিছে বুলি পঞ্জাৱ আৰক্ষীৰ বিষয়া গৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am
‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd