DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিখ সম্প্ৰদায়ৰ ইতিহাস বিকৃত কৰাৰ অভিযোগত তিনি খন কিতাপ নিষিদ্ধ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 1, 2022 8:23 pm
শিখ সম্প্ৰদায়ৰ ইতিহাস বিকৃত কৰাৰ অভিযোগত তিনি খন কিতাপ নিষিদ্ধ
112
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুদিন ধৰি পঞ্জাৱত ইতিহাস সম্পৰ্কীয় তিনি খন গ্ৰন্থ নিষিদ্ধ কৰাৰ বাবে দাবী উঠি আহিছে।

এনে সময়তে আজি শিখৰ তথ্য বিকৃত কৰাৰ অভিযোগত পঞ্জাৱ স্কুল এডুকেশ্বন ব’ৰ্ডে তিনিখন ইতিহাসৰ কিতাপ নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰা কিতাপবোৰ হৈছে ‘মডাৰ্ণ এবিচি এব হিষ্ৰী অৱ পঞ্জাৱ’, মহিন্দৰপাল কৌৰে লিখা ‘পঞ্জাৱৰ ইতিহাস’, আৰু দ্বাদশ শ্ৰেণীৰ বাবে এম এছ মানে লিখা ‘পঞ্জাৱৰ ইতিহাস’ ।

এই কিতাপবোৰ জলন্ধৰৰ প্ৰকাশকে প্ৰকাশ কৰিছে।

এই কিতাপসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল। সমিতিৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে চৰকাৰে কিতাপ কেইখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য কিতাপ কেইখনত পঞ্জাৱৰ ইতিহাস বিকৃত কৰা বুলি কৃষক নেতা বলদেৱ সিং চিৰছাই অভিযোগ দাখিল কৰিছিল।

পিএছইবিৰ অধ্যক্ষ যোগৰাজ সিঙে প্ৰকাশ কৰা মতে এই কিতাপবোৰ বিক্ৰী নিষিদ্ধ কৰা হ’ব আৰু পঞ্জাৱৰ বিদ্যালয়সমূহত কিতাপ কেইখন পঢ়োৱা বন্ধ কৰা হ’ব।

উল্লেখ্য বহু কেইটা সংগঠনে ইয়াৰ পূৰ্বে পঞ্জাৱ স্কুল এডুকেশ্বন ব’ৰ্ডৰ (পিএছইবি) কাৰ্যালয়ৰ বাহিৰত কিতাপ কেইখন নিষিদ্ধ কৰাৰ দাবীত জনাইছিল।

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd