• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত সদ্যপ্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলী

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
November 14, 2020 8:46 am
VideoCapture_20201114-081754

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নগাঁও জিলাৰ পুৰণিগুদাম আৰু চামগুৰিৰ সংবাদসেৱী তথা স্থানীয় গণ্যমান্য ব্যক্তি সকলে।

পুৰণিগুদামস্থিত বাপুজী ভৱন পুথিভঁৰালৰ প্ৰেক্ষাগৃহত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাজ্ঞলী অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ বহু কেইজন গণ্যমান্য ব্যক্তিৰ উপৰিও সমূহ দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে{

Apply Now

প্ৰথমতে  এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে ১০১ গছি বন্তি প্ৰজ্বলন কৰি আটায়ে মৃতকৰ আত্মাই চিৰশান্তি লাভৰ কামনা কৰা দেখা যায়।

পুৰণিগুদাম অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী কৃষ্ণ গোস্বামীয়ে শুভাৰম্ভ কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছত সদ্যপ্ৰয়াত পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি মৃতকলৈ শেষ শ্ৰদ্ধা নিবেদিলে উপস্থিত সকলোৱে।

অতিশয় লক্ষণীয়ভাবে এই সময় খিনিতে পুৰণিগুদামৰ ভাস্কর্য্যশিল্পী প্ৰাৰ্থপ্ৰতিম বৰুৱাই কেঁচা মাটিৰে স্বৰ্গীয় পৰাগ ভূঞাৰ স্মৃতিত এটি মুখাৱয়ব নিৰ্মাণ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা দেখা যায়।

অনুষ্ঠানটোতে কাকপথাৰত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাটোৰ সন্দৰ্ভত নিৰপেক্ষ তদন্ত আৰু সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি আগন্তুক সাত দিনলৈ নগাঁও জিলাৰ প্ৰতিগৰাকী সংবাদসেবীকে একোটাকৈ ক’লা বেজ পৰিধান কৰি থাকিবলৈ আহ্বান জনায় পুৰণিগুদাম প্ৰেছ ক্লাৱে।

লগতে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত উচিত তদন্ত আৰু ন্যায় বিচাৰি পুৰণিগুদাম আৰু চামগুৰিৰ সংবাদসেবী সকল একত্ৰিত হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আহা দেওবাৰে মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে শ্ৰদ্ধাজ্ঞলী অনুষ্ঠানটোৰ উদ্যোক্তা সকলে।

ইফালে পুৰণিগুদামৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত মাত্ৰ এঘণ্টাৰ ভিতৰত ভাস্কৰ্য্যশিল্পী প্ৰাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰা পৰাগ ভূঞাৰ মুখাৱয়বটিও কাকপথাৰস্থিত প্ৰয়াত ভূঞাৰ পৰিয়ালৰ হাতত অৰ্পণৰ দিহা কৰা হ’ব বুলি জানিবলৈ দিয়ে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয়ববীয়া সকলে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd