• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণিগুদাম প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 27, 2020 8:39 pm
Puranigudam press club's biennial conference held, new committee formed
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনখনি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়।

পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিবেশনখনত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি কুলপ্ৰদীপ দাস, জেষ্ঠ সাংবাদিক নীলৰঞ্জন শৰ্মা, তপন কটকী, মিঠুমুগ্ধ গোহাঁই, নফিছা হুইছেন সহ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সকলো সাংবাদিক তথা সংবাদসেৱী উপস্থিত থাকে।

Apply Now

প্ৰেছ ক্লাবৰ সাংগঠনিক সম্পাদক ভাৰ্গব হাজৰিকাই আঁত ধৰা অধিবেশনখনিত বৰ্তমান সময়ত সাংবাদিক সকল সন্মুখীন হোৱা সমস্যা সমুহৰ লগতে প্ৰেছ ক্লাৱৰ সংবিধান সংশোধনীৰ সন্দৰ্ভতো আলোচনা কৰাৰ উপৰিও আগন্তুক ২০২০-২১ বৰ্ষৰ বাবে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয়।

অধিবেশখনিতে ফণীন্দ্ৰ নাথ গায়ন, কুল প্ৰদীপ দাস, নিলৰঞ্জন শৰ্মা, হেমন্ত শইকীয়া, তপন কুমাৰ বৰা, মিঠু মুগ্ধ গোহাঁই, নাফিছা হুছেইনক উপদেষ্টা হিচাপে, তপন কটকীক সভাপতি হিচাপে, ভাৰ্গব হাজৰিকাক কাৰ্য্যকৰী সভাপতি হিচাপে, ধ্ৰুৱজ্যোতি গায়নক উপ-সভাপতি, নয়নমণি বৰাক সাধাৰণ সম্পাদক, ৰঞ্জন বৈৰাগীক সম্পাদক, ভাস্কৰজ্যোতি দাসক সহকাৰী সম্পাদক, দিগন্ত ভূঞা, দীপাংকৰ ভৰদ্বাজ, সীমান্ত কলিতা আৰু অভিজিৎ বৰাক সাংগঠনিক সম্পাদক, ষড়াণন বৰা আৰু দিব্যজ্যোতি ভূঞাক পত্ৰিকা সম্পাদক হিচাপে লোৱাৰ লগতে শ্যামেন্দ্ৰ বৈৰাগী, কাবুল কলিতা, কৃষ্ণ শইকীয়া, জিতুমণি শইকীয়া, প্ৰীঞ্চ হক, বাচ্ছম(টুকু) হক, বিদ্যুৎ বৰা , হাৰিছ তনবীৰ হক, নয়নজ্যোতি গায়ন আৰু নৱজ্যোতি বৰুৱাক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ এখন পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয়।

উল্লেখ্য যে, নতুনকৈ গঠন হোৱা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নব-নিযুক্ত সমিতিখনে দ্বি-বাৰ্ষিক অধিবেশনৰ দিনায়ে দায়িত্ব ভাৰো গ্ৰহন কৰাৰ লগতে যোৱা ২৩ অক্টোবৰত শুভাৰম্ভণি হোৱা অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা “পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা”ৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজুৰা কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হয় নতুন কমিটি খন।

ইফালে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো ক’ভিড পৰিস্থিতি সম্পূৰ্ণৰূপে শাম কাটিলে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ দূৰ্গা প্ৰতিমাৰে পূজা-অৰ্চনা কৰা মূল পূজা মণ্ডপ ভাগৰ কাষতে প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ভাগ ব্যাপক জাকজমকতাৰে আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ পূৰ্ব-পৰিকল্পনা কৰা হৈছে বুলি প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd