• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিতর্কিত কষি আইন সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 3:56 pm

2 min read

Farm laws
381
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ঢেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছু সকাহ কঢ়িয়াই আনিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।

সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক বিতৰ্কিত তিনিখন কৃষি আইন কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে বিতৰ্কিত কৃষি আইন সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে কেন্দ্ৰই বিতৰ্কিত কৃষি আইনকেইখন কাৰ্যকৰীকৰণ স্থগিত নকৰিলে উচ্চতম ন্যায়ালয়ে নিজেই স্থগিত কৰিবলৈ বাধ্য হ’ব।

“দিনৰ পিছত দিন দিল্লীৰ ৰাজপথত বয়স্ক লোক, মহিলাই আন্দোলন কৰি আছে। চৰকাৰে এই পৰিস্থিতি দেখিও কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই?” এই বুলিও দেশৰ শীৰ্ষ আদালতে প্ৰশ্ন কৰে কেন্দ্ৰীয় চৰকাৰক।

কিয় বয়স্ক আৰু মহিলাসকলে আন্দোলনত অংশগ্ৰহণ কৰিছে সেয়া চৰকাৰে জানে নে নাই বুলিও প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশ বোবদে-এ কয়, “আমি আজি পৰ্যন্ত কোনো সুদুত্তৰ পোৱা নাই। পৰিস্থিতি ক্ৰমশঃ সংকটজনক হৈহে গৈ আছে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে “আন্দোলন যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায়। আমি নিজৰ মানুহৰ তেজ চাব নোখোজো আৰু কোনো লোকৰ মৃত্যু আমি চাব নোখোজো।”

ইফালে চৰকাৰী পক্ষৰ আইনজীৱী এটৰ্নী জেনেৰেল কে কে বেণুগোপালে কয় যে মাত্ৰ ৩-৪ খন ৰাজ্যৰ কৃষকেহে এই আন্দোলন কৰিছে।

দেশৰ বৃহৎ সংখ্যক কৃষক এই আন্দোলনৰ পৰা বিৰত আছে বুলি দাবী কৰি তেওঁ কয় যে দক্ষিণ ভাৰতৰ কোনো কৃষকে এই অন্দোলনত অংশগ্ৰহণ কৰা নাই।

উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় ডেৰ মাহ ধৰি আন্দোলন কৰি আছে।

উক্ত আন্দোলকালীন সময়ত কৃষক আৰু চৰকাৰৰ মাজত ৮ লানী আলোচনা অনুষ্ঠিত হৈছে যদিও আলোচনাসমূহ সফল হোৱা নাই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd