• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ভেকচিন ল’লে ব্ৰিটেইনৰ ৰাণী এলিজাবেথ আৰু স্বামী প্ৰিন্স ফিলিপছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2021 12:04 pm

1 min read

queen-elizabeth-ii-and-prince-philip-duke

ৰাণী এলিজাবেথ আৰু স্বামী প্ৰিন্স ফিলিপছ।

123
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ আৰু তেওঁৰ স্বামী ডিউক অফ এডিনবাৰ্গ প্ৰিন্স ফিলিপে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিছে।

শনিবাৰে বাকিংহাম পেলেচৰ এক বিবৃতিত এই কথা জানিবলৈ দিয়া হৈছে।

বাতৰি অনুসৰি, ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ সদস্যসকলৰ ব্যক্তিগত স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰ সাধাৰণতে সদৰী কৰা নহয় যদিও ৰাণী আৰু তেওঁৰ স্বামীয়ে ভেকচিন লোৱাৰ কথা ঘোষণা কৰা হৈছে।

ৰাজ পৰিয়ালৰ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে ৰাজ পৰিয়ালৰ বিশেষ এগৰাকী চিকিৎসকে ৰাণী এলিজাবেথ আৰু তেওঁৰ স্বামীক ভেকচিন দিয়ে।

বৰ্তমান ৯৪বছৰীয়া ৰাণী আৰু ৯৯বছৰীয়া স্বামী ফিলিপ লকডাউনৰ সময়ত তাতেই থাকিবলৈ লৈছে।

ব্ৰিটেইনত নতুন ষ্ট্ৰেনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

দেশখনত ইতিমধ্যে ১০ লাখতকৈয়ো অধিক লোকে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিছে। কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশখনৰ ব্যাপক অঞ্চলত লকডাউন বলবৎ কৰা হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd