• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , March 7, 2021 5:10 pm

1 min read

index
212
VIEWS
Share on FacebookShare on Twitter

প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰিছে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধান সমষ্টিৰ বিজেপি দলৰ ভিতৰ চ’ৰা৷

সমষ্টিটোত বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বিজেপিৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বই দুধনৈ সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে দলীয় নেতা কৰ্মী৷

এই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে আজি কৃষ্ণাই চহৰত৷ দেওবাৰে পুৱা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত থকা বিজেপিৰ কৃষ্ণাই মণ্ডল কাৰ্যালয় চৌহদ বিভিন্ন শ্লগানেৰে উত্তপ্ত কৰি তোলে৷

কৰ্মীসকলে গোৱালপাৰা জিলাক বিজেপি শূণ্য নকৰিব, দুধনৈ সমষ্টিত বিজেপি প্ৰাৰ্থীক টিকট দিয়ক, দলীয় কৰ্মীৰ আবেগক গুৰুত্ব দিয়ক, ভাৰত মাতা কী জয় আদি শ্ল’গান দিয়াৰ অন্তত কাৰ্যালয়টোৰ মূল প্ৰৱেশ দ্বাৰত অনিৰ্দিষ্ট কাললৈ তলা ওলোমাই দিয়ে৷

উল্লেখ্য যে বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ নেতৃত্বত দুধনৈ সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত বুলি দাবী কৰে দলীয় সমৰ্থকসকলে৷

তেনে ক্ষেত্ৰত সমষ্টিটোৰ দলীয় কৰ্মী-সমৰ্থকসকলক অন্ধকাৰত ৰাখি সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিয়া কাৰ্যটোক সহজভাৱে ল’ব পৰা নাই দলীয় নেতা কৰ্মীসকলে৷

ক্ষোভিত বিজেপি নেতা কৰ্মী তথা সমৰ্থকসকলে ৰাজ্যিক নেতৃত্বই আদেশ দিলেও কোনো কাৰণতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক সহযোগিতা আগ নবঢ়ায় বুলি অতি উষ্মাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুলুঙা মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd