• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং; ৰাজ্য চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় সংগঠন

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
November 9, 2021 10:59 am
Rabha Hasang

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং৷ বিজেপি নেতৃতাধীন চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে খৰ্গহস্ত ৰাভা জাতীয় সংগঠন ৷

চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ৰাভা জাতীয় সংগঠনে পুনৰ নামিব ৰাজপথত ৷ চৰকাৰৰে মিত্ৰতাত থাকিও ৰাভা জনজাতিক প্ৰতাৰণা কৰা কাৰ্য মানি লোৱা নহব বুলি সকীয়াই দিয়ে ৰাভা জনগোষ্ঠীয় নেতা নৃপেন খাণ্ডাই ৷

দুধনৈত চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এখন সংবাদমেল অসমত সুৰক্ষিত জনজাতীয় শ্ৰেনীৰ আৰু বেষ্টনীৰ ভূমি সুৰক্ষিত হবই লাগিব বুলি দাবী কৰে৷

Apply Now

যোৱা ৪ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত সুৰক্ষিত বেল্ট/ব্লকৰ সৰলীকৃত ভূমি হস্তান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে তিনিটা ৰাভা জাতীয় সংগঠনে ৷

Also Read: Mukesh Ambani আক্ৰমণৰ আশংকা! মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াত কটকটীয়া নিৰাপত্তা মুম্বাই আৰক্ষীৰ

কেবিনেট সিদ্ধান্ত অনুসৰি অসম চৰকাৰে সুৰক্ষিত শ্ৰেণীৰ বেষ্টনী আৰু ব্লকৰ ভূমি কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তক চৰকাৰী অনুমতি নোহোৱাকৈ হস্তান্তৰৰ অনুমতি প্ৰদান কৰাৰ সিন্ধান্তক তীব্ৰ গৰিহণা দিয়ে তিনি ৰাভা জাতীয় সংগঠনে৷

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ২০১৭ চনত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ এলেকাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কেবিনেট সিদ্ধান্ত লৈছিল ৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্তক আওকাণ কৰি দিল্লী-দিশপুৰৰ বণিক গোষ্ঠীক সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সংগঠন কেইটাই ৷

ভূমি নীতি, ২০১৯ ৰ ১৭.৫ অধিনিয়ম প্ৰত্যাহাৰৰ সিদ্ধান্ত সম্পূৰ্ণ আইন বিৰোধী বুলি উল্লেখ কৰি চৰকাৰক সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী তোলে সংগঠন কেইটাই ৷

Also Read: Women Football ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ; দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতী-কিশোৰীৰ

অসম চুক্তিৰ ১০ নং দফা মতে চৰকাৰী মাটি, জনজাতি বেষ্টনী আৰু ব্লকৰ মাটি বেদখলৰোধ কৰি অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা ব্যৱস্থা থকাৰ পিছতো বেদখলমুক্ত কৰাৰ পৰিৱৰ্তে জনজাতীয় লোকক অসুৰক্ষিতহে কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ এয়া অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে সংগঠন কেইটাই ৷

তদুপৰি, ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তৰ দাবী তোলে সংগঠন কেইটাই ৷ 

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd