• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বাস নহ’লেও সঁচা! এটি পাৰ চৰাই বিক্ৰী হ’ল ১৪কোটি টকাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2020 11:53 am

1 min read

P1_5fb234c7989ae

প্ৰতিনিধিত্বমূলক ফটো।

3.8k
VIEWS
Share on FacebookShare on Twitter

এক-দুই কোটি নহয় নগদ ১৪কোটি টকাত বিক্ৰী হৈছে এটি পাৰ চৰাই। বেলজিয়ামত নীলামত বিক্ৰী হোৱা এই পাৰ চৰাইটি ক্ৰয় কৰিছে চীনৰ এজন নাগৰিকে।

অৱশ্যে, পাৰ চৰাইটি কিনা চীনা নাগৰিকৰজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

পাৰ চৰাইটিৰ নাম হৈছে নিউ কিম। দুবছৰ বয়সৰ মাইকী পাৰ চৰাইটি বিক্ৰীৰ বাবে নীলামত দিয়া হৈছিল।

দেওবাৰে অনুষ্ঠিত হোৱা নীলামত পাৰ চৰাইটিৰ দৰ উঠে ১৯ লাখ ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য হ’ব প্ৰায় ১৪কোটি ১৪লাখ ৮৮হাজাৰ টকা।

চীনৰ নাগৰিকজনে এই মূল্যত পাৰ চৰাইটি ক্ৰয় কৰে। এটা বিশেষ প্ৰজাতিৰ পাৰ চৰাইটি ‘ৰেচিং পিজন’ হিচাপেও পৰিচিত।

ৰেচৰ পাৰ চৰাই সংগ্ৰহ কৰাৰ চখ ৰখা চীনৰ ধনী ব্যক্তিজনে এই পাৰ চৰাইটি কিনে। চীনত সম্প্ৰতি পাৰ উৰুওৱা প্ৰতিযোগিতাই অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছে।

আনহাতে নিউ কিম মাইকী পাৰ হোৱাৰ বাবে ইয়াৰ দাম অধিক হৈছে কিয়নো এই প্ৰজাতিৰ পাৰ চৰাইটিক প্ৰজননৰ কামত ব্যৱহাৰ কৰিব পৰা যাব।

Recent News

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd