• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 2, 2024 9:17 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দুত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিয়েই সংসদত সোমবাৰে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলালে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, বিজেপিৰ জ্যেষ্ঠ সাংসদ নিশিকান্ত ডুবেই তেওঁক বাধা দিবলৈ বিতৰ্কত নামিব লগা হ’ল।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জ্ঞাপন কৰি তেওঁ ভগৱান শিৱ, অভয় মুদ্ৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি শিৱৰ মূল নীতি অহিংসা বুলি কয়। কিন্তু ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে হিন্দুত্বৰ নামত সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে।

তেওঁৰ এই অভিযোগত ক্ষুব্ধ হৈ পৰে সমগ্ৰ ট্ৰেজাৰী বেঞ্চ। শাসক-বিৰোধী দলৰ মাজত তুমুল বাক্-বিতণ্ডা আৰম্ভ হয়। কেইবাবাৰো বক্তব্য বন্ধ কৰি দিব লগা হ’ল ৰাহুল গান্ধীয়ে।

Apply Now

ৰাহুলৰ ভাষণৰ প্ৰতিটো শব্দই বিজেপিৰ হিন্দুত্বক বিন্ধিলে। আনকি, ৰাহুল গান্ধীয়ে অধ্যক্ষকো ৰেহাই নিদিলে। অধ্যক্ষক সম্বোধন কৰি তেওঁ কয়, ‘আপুনি যেতিয়া অধ্যক্ষ পদ গ্ৰহণ কৰিছিল, তেতিয়া মই আপোনাৰ সৈতে চকীলৈকে গৈছিলো। লোকসভাত আপোনাৰ কথাই চূড়ান্ত। আপুনি যি কয় সেইটোৱে মূলতঃ ভাৰতৰ গণতন্ত্ৰ।‘

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

ৰাহুল গান্ধীয়ে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয়, “চকীত দুজন মানুহ বহি আছে। এজন অধ্যক্ষ আৰু আন এজন ওম বিৰলা। মই যেতিয়া আপোনাৰ সৈতে কৰমৰ্দন কৰোঁ, আপুনিও মোৰ লগত সেইটোৱে কৰে। কিন্তু যেতিয়া মোডী জীয়ে কৰমৰ্দন কৰে, তেতিয়া আপুনি মূৰ নত কৰে।”

সোমবাৰে সংসদত ৰাহুলৰ বক্তব্যত অস্ত্ৰ আছিল বিজেপি আৰু আৰএছএছৰ হিন্দুত্ব। সংবিধান, ভগৱান শিৱ, হজৰত মহম্মদ, যীচু খ্ৰীষ্ট আৰু গুৰু নানক হাতত লৈ ৰাহুল গান্ধীয়ে ইটোৰ পিছত সিটোকৈ প্ৰদৰ্শন কৰে। কিন্তু প্ৰতিবাৰেই সাংসদৰ টিভিৰ কেমেৰা তেওঁৰ পৰা ঘূৰাই দিয়া হৈছিল। আপত্তি কৰাৰ পিছত ৰাহুল গান্ধীক ভগৱান শিৱৰ ছবি এখন ক্ষন্তেক সময়ৰ বাবে দেখুৱাই দিয়া হ’ল।

তেওঁ কয়, ‘ভগৱান শিৱৰ ছবিখন চালে দেখিব যে হিন্দুসকলে কেতিয়াও ভয় খোৱা বা ভয় দেখুওৱাত বিশ্বাস নকৰে। একে সময়তে হিন্দু সমাজে ঘৃণা বিয়পোৱাত বিশ্বাস নকৰে। যদিও বিজেপিয়ে সদায় সমাজত ঘৃণা আৰু ভয় বিয়পাই আহিছে।‘

ৰাহুল গান্ধীয়ে ভাষণত কেইবাবাৰো ট্ৰেজাৰী বেঞ্চলৈ আঙুলিয়াই কয়, ভয় নকৰিব, ভয় বিয়পাই নিদিব। তেওঁ মন্তব্য কৰে যে প্ৰতিজন মহাপুৰুষ আৰু দেৱতাই সমাজখনক অহিংসা আৰু প্ৰেমৰ বাৰ্তা দিছিল।

লগতে পঢ়কঃসংসদত কোনে বন্ধ কৰিছিল ৰাহুল গান্ধীৰ মাইক? স্পষ্ট কৰিলে ওম বিৰলাই

ৰাহুল গান্ধীৰ ভাষাত ‘অভয় মুদ্ৰা কংগ্ৰেছৰ প্ৰতীক। ই সুৰক্ষাৰ প্ৰতীক, যিয়ে ভয় দূৰ কৰে আৰু হিন্দু, বৌদ্ধ, ইছলাম, শিখ আৰু অন্যান্য ভাৰতীয় ধৰ্মক ঐশ্বৰিক সুৰক্ষা প্ৰদান কৰে।’

ট্ৰেজাৰী বেঞ্চৰ পৰা অহৰহ বাধা দিলেও ৰাহুলক ৰখাব নোৱাৰিলে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণৰ সুৰ আৰু তীব্ৰতৰ কৰি তুলি তেওঁ কয় যে ‘আমাৰ মহাপুৰুষসকলে আমাক ভয় আঁতৰাই অহিংসাৰ পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। অৱশ্যে সদায় নিজকে হিন্দু বুলি দাবী কৰাসকলৰ মুখত কেৱল ঘৃণা আৰু হিংসাহে দেখা যায়। আপোনালোক হিন্দুৱে নহয়।’

প্ৰধানমন্ত্ৰী মোডীয়ে ৰাহুল গান্ধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখত অস্থিৰ শাসক শিবিৰটোক শক্তিশালী কৰিবলৈ অনুশীলনত নামে। তেওঁ ক’লে, ‘সমগ্ৰ হিন্দু সমাজখনক হিংসাত্মক আখ্যা দিয়া হৈছে। এইটো এটা অতি গুৰুতৰ অভিযোগ।” অৱশ্যে ৰাহুল গান্ধীয়ে তাৰ উত্তৰ দি কয়, ‘প্ৰধানমন্ত্ৰী মোডী, বিজেপি আৰু সংঘ পৰিয়াল মানেই সমগ্ৰ হিন্দু সমাজ নহয়।’

লগতে পঢ়কঃ২৪ বছৰ পুৰণি গোচৰৰ বাবে পৰিবেশকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ড

প্ৰধানমন্ত্ৰীৰ পিছতে অমিত শ্বাহ, ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি বিজেপি সাংসদসকলে জৰুৰী অৱস্থাকে ধৰি বিভিন্ন বিষয়কলৈ ৰাহুল গান্ধীৰ বিৰোধিতা কৰে। লগতে বিৰোধী নেতাগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd