• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

by
August 7, 2025 6:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ কৈছিল যে তেওঁ ‘এট’ম বোমা’ ফুটুৱাব। নিৰ্বাচন আয়োগৰ ‘ৰিগিং’ক লৈ বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে এক প্ৰকাৰ পৰমাণু বোমাই ফুটুৱালে।

লোকসভা নিৰ্বাচনৰ পিছত বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে কৌশল ৰূপায়ণ কৰিবলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক বহিবলৈ ওলাইছে। তাতেই  বিহাৰকে ধৰি সমগ্ৰ ভাৰততে আয়োগৰ নতুন তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হ’ব।

Apply Now

ইয়াৰ পূৰ্বে আজি বিয়লি বিৰোধী নেতাগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি ইটোৰ পিছত সিটো নিৰ্বাচনত কেনেদৰে ‘ৰিগিং’ সংঘটিত হৈছিল সেই কথা নিখুঁত তথ্যসহ দাঙি ধৰে।

ভোটাৰ তালিকা পুনৰীক্ষণত হোৱা অনিয়মৰ বিষয়টো উত্থাপন কৰি ৰায়েবৰেলীৰ সাংসদ ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ নিৰ্বাচনৰ উদাহৰণ দাঙি ধৰে। ৰাহুলে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে এটা এটাকৈ অনিয়ম আৰু ৰিগিঙৰ উদাহৰণ দাঙি ধৰে। ইয়াত তেওঁ সকলো ধৰণৰ ভোটাৰ ৰিগিঙৰ কথা কয় । ৰাহুলে কয় যে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল দেখাৰ পিছত আমাৰ সন্দেহ সঁচা হৈ পৰে যে নিৰ্বাচনত ৰিগিং হৈছে।

তেওঁ কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি মহাৰাষ্ট্ৰৰ ভোট লুণ্ঠন কৰিছে। আমি আৰম্ভণিৰে পৰাই সেইকথা কৈ আহিছো।

আনহাতে, কৰ্ণাটকৰ উদাহৰণ দি তেওঁ কয় যে বিভিন্ন বুথত একেখিনি মানুহৰ নাম আছিল। বহু ঠাইত তালিকাৰ পৰা ভোটাৰৰ ছবিখনে নোহোৱা হৈ গৈছিল। আন বহু ঠাইত ভুৱা ঠিকনা আছিল। কৰ্ণাটকৰ কেৱল মহাদেৱপুৰ সমষ্টিতে প্ৰৱঞ্চনাৰ জৰিয়তে ১ লাখ ভোট চুৰি হোৱা বুলি দাবী কৰে ৰাহুলে।

মহাদেৱপুৰাৰ ভোটাৰ তালিকা দেখুৱাই ৰাহুলে কয় যে ইয়াত মুঠ ভোটাৰৰ সংখ্যা ৬.৫ লাখ। ১ লাখ ভোট চুৰি হৈছে। কংগ্ৰেছৰ গোপন তদন্তত কোৱা হৈছে যে একাধিক বুথত ১ লাখ ভুৱা ঠিকনা আৰু বৃহৎ সংখ্যক ভোটাৰৰ নাম আছিল। কংগ্ৰেছৰ আভ্যন্তৰীণ তদন্তত কোৱা হৈছে যে লোকসভা নিৰ্বাচনত আমি ১৬খন আসন লাভ কৰিলোঁহেঁতেন। কিন্তু আমি মাত্ৰ ৯ টাতহৈ জিকিলোঁ।

বেংগালুৰু কেন্দ্ৰীয় সমষ্টিৰ সন্দৰ্ভত সবিশেষ দি ৰাহুলে কয় যে এই সমষ্টিত কংগ্ৰেছে ৬,২৬,২০৮ টা ভোট লাভ কৰিছে। বিজেপিয়ে লাভ কৰে ৬,৫৮,৯১৫টা ভোট। জয়ৰ ব্যৱধান আছিল ৩২,৭০৭ ভোট। আনহাতে, মহাদেৱপুৰা বিধানসভাৰ আসনত দুয়োটা দলৰ মাজত পাৰ্থক্য আছিল ১,১৪,০৪৬টা ভোট। ফলত এক লাখ ভোট এনেদৰে চুৰি হৈছিল। আৰু এই ভোটসমূহ পাঁচ ধৰণে চুৰি হৈছিল বুলি দাবী কৰে ৰাহুলে।

ৰাহুলে দাবী কৰিছে যে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত প্ৰায় ৪০ লাখ ভুৱা ভোটাৰ আছে। ইয়াৰে বেছিভাগেই বেলেগ বেলেগ নাম আৰু ঠিকনাৰে একেজন ব্যক্তিৰ নাম থকা। বহু ঠাইত একে ঠিকনাতে ৩০-৪০ জন ভোটাৰৰ নামো পোৱা গৈছিল। হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ বাবেও ৰাহুলে ভোটাৰ তালিকাক জগৰীয়া কৰে। কাৰণ ইয়াতো নিৰ্বাচন আয়োগে ভোটাৰক তথ্য প্ৰদানৰ ক্ষেত্ৰত বৈষম্য কৰিছিল।

হাৰিয়ানাত পাঁচটা উপায়েৰে ৰিগিং কৰাৰ দাবী কৰে ৰাহুলে। ডুপ্লিকেট ভোটাৰ-১১,৯৬৫। একেজন ভোটাৰৰ নাম বাৰে বাৰে তালিকাত আছে। ৪০,০০৯ জনৰ ভুৱা ঠিকনা আছে। বহু মানুহৰ ঠিকনা প্ৰকৃত নহয়, বা ঠিকনা মিলা নাছিল অথবা ঠিকনাৰ মূল্যায়ন কৰা হোৱা নাছিল। একে ঠিকনাতে ভোটাৰৰ সংখ্যা ১০,৪৫২ জন।

#VoteChori हमारे लोकतंत्र पर Atom Bomb है। pic.twitter.com/jcLvhLPqM6

— Rahul Gandhi (@RahulGandhi) August 7, 2025

ৰাহুলে দাবী কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঠিকনাও ইয়াৰ ভিতৰত আছে। বিৰোধী নেতাগৰাকীয়ে লগতে অভিযোগ কৰে যে নিৰ্বাচন আয়োগে ডিজিটেল ভোটাৰ তালিকা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। নিয়মৰ পৰিৱৰ্তনৰ বাবে চিচিটিভিৰ ছবি সকলোকে দিয়া হোৱা নাই। আচলতে নিৰ্বাচন আয়োগে কি লুকুৱাবলৈ চেষ্টা কৰিছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd