• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ভিড ভেকচিন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ, কি ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2021 4:07 pm

1 min read

ক’ভিড ভেকচিন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ, কি ক’লে?
2.1k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে কয় যে ক’ভিড-১৯ ভেকচিনেচন সকলো বয়সৰ লোককে প্ৰদান কৰিব লাগে।

এটা টুইটযোগে তেওঁ কয় যে এটা নিৰাপদ জীৱনৰ সুযোগ লাভ কৰাটো সকলো ভাৰতীয়ৰ প্ৰাপ্য।

কেন্দ্ৰীয় স্বাস্থ্য সচিবই ৰাজেশ ভূষণে মঙলবাৰে কৈছিল যে ক’ভিড ভেকচিন যিসকলে বিচাৰিছে, তেওঁলোকক নহয়, যিসকলে ভেকচিন গ্ৰহণ কৰাটো প্ৰয়োজন, তেওঁলোককহে ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ লক্ষ্য হৈছে।

It’s ridiculous to debate needs & wants.

Every Indian deserves the chance to a safe life. #CovidVaccine

— Rahul Gandhi (@RahulGandhi) April 7, 2021

তাৰপাছতে কংগ্ৰেছ নেতাগৰাকীয়ে এই টুইট কৰিছে।

আনহাতে, মঙলবাৰে ভাৰতীয় চিকিৎসা সংস্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ কৰিছে যে ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ক’ভিড ভেকচিন সম্পৰ্কে এনেধৰণেই নিজৰ অভিমত ব্যক্ত কৰিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd