• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ ডাঙৰ প্ৰতিশ্ৰুতি, দুখীয়া মহিলাৰ একাউণ্টত সোমাব বছৰি ১ লাখ টকা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 12, 2024 11:29 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মুখত লোকসভা নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ কামকাজৰ খতিয়ান দাঙি ধৰাৰ লগে লগে ইস্তাহাৰো প্ৰকাশ কৰিছে। কাৰণ,  মানুহে কামটো দেখাৰ পিছতহে সিদ্ধান্ত ল’ব শাসনত কাক বহুৱাব। সেয়ে, ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ ধৰণেৰে প্ৰচাৰ চলাইছে। তাৰমাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে  এটা ডাঙৰ প্ৰতিশ্ৰুতি দিছে।

কি এই প্ৰতিশ্ৰুতি? ৰাজস্থানত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে ক্ষমতালৈ অহাৰ পাছত দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত এক লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এইদৰে সহজেই দৰিদ্ৰতা দূৰ কৰিব পৰা যাব।

ৰাহুলে কয় যে `কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ একাউণ্টলৈ বছৰি এক লাখ টকা প্ৰেৰণ কৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলে প্ৰতি বছৰে এক লাখ টকা একাউণ্টত পাব। এইদৰে দেশৰ পৰা একেবাৰতে দৰিদ্ৰতা দূৰ কৰা হ’ব।‘

Apply Now

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে অসমত আৱিষ্কাৰ বিৰল প্ৰজাতিৰ বিষাক্ত সাপ

উল্লেখ্য যে চাৰে পাঁচ দশক পূৰ্বে ইন্দিৰা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰত ‘গৰিবী হাটাও’ৰ শ্লোগান তুলি ধৰিছিল। এইবাৰ কংগ্ৰেছ সাংসদ ৰাহুলে আইতাকে দেখুৱাই দিয়া বাটেৰে খোজ কাঢ়িলে। এই সন্দৰ্ভত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰতো প্ৰতিশ্ৰুতি দিয়া হৈছে যেতিয়ালৈকে পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি নাহে, তেতিয়ালৈকে সেই ধন একাউণ্টত সোমাই থাকিব।

ৰাহুলে দাবী কৰে যে বিজেপিয়ে ঔদ্যোগপতিসকলৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন লৈছে, আনহাতে কংগ্ৰেছ একাউণ্টত লেনদেন বন্ধ কৰা হৈছে। তেওঁৰ মতে আগন্তুক লোকসভা নিৰ্বাচন আচলতে ২০-২৫ জন কোটিপতি আৰু সাধাৰণ শ্ৰমিক দৰিদ্ৰ লোকৰ মাজত হোৱা যুঁজ।

লগতে পঢ়কঃ বেংকৰ জালিয়াতিৰ পৰিমাণ দেশৰ জিডিপিৰ ৬ শতাংশ; ভিয়েটনামত অভিযুক্ত ধনকুবেৰক মৃত্যুদণ্ড

ওয়েনাডৰ বিদায়ী সাংসদ ৰাহুল গান্ধীয়ে পুনৰবাৰ স্পষ্ট কৰি দিছে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd