• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্বহীদ কৃষক সন্দৰ্ভত চৰকাৰৰ স্থিতিক সমালোচনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2021 8:56 pm
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক আন্দোলনত শ্বহীদ কৃষক সন্দৰ্ভত চৰকাৰৰ কোনো তথ্য নাই বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

আজি ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ মোডী চৰকাৰক অহংকাৰী বুলি অভিযোগ কৰি কৃষি আইন আন্দোলনৰ শ্বহীদ কৃষকৰ তথ্য নথকা আৰু কৃষকৰ পৰিয়ালক ক্ষতিপূৰণৰ অস্বীকাৰ কৰা কাৰ্যক অসংবেদনশীল আখ্যা দিয়ে।

Apply Now

গান্ধীয়ে কয় যে কৃষি আইন আন্দোলনৰ সময়ত কৃষকসকলৰ মৃত্যুৰ বাবে পঞ্জাৱ চৰকাৰ দায়বদ্ধ নহয়। কিন্তু তথাপিও ৰাজ্যখনৰ ৪০৩ জন মৃত কৃষকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিছিল।

তেওঁ কয় যে কংগ্ৰেছৰ ওচৰত পাঞ্জাৱৰ বাহিৰৰ ১০০ জন কৃষকৰ এখন তালিকা আছে, যিসকলে কৃষি আইন আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰিছিল আৰু ৰাজহুৱা ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি প্ৰায় ২০০ জন মৃত কৃষকৰ আন এখন তালিকা সংকলিত কৰা হৈছে।

সোমবাৰে তালিকাসমূহ সংসদত প্ৰকাশ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।

কৃষি আইন বাতিল হোৱাৰ পিছত কৃষকসকলৰ আন দাবীৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয়, “মই নাভাবো যে চৰকাৰে কৃষকৰ দাবী মানি ল’ব”। চৰকাৰৰ উদ্দেশ্য সঠিক নহয় বুলিও তেওঁ দৃঢ়তাৰে কয়।

উল্লেখ্য যে বিৰোধীয়ে সংসদত এক লিখিত প্ৰশ্নৰ জৰিয়তে আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ উত্তৰত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শ্বহীদ কৃষকৰ তথ্য কৃষি মন্ত্ৰালয়ৰ ওচৰত নথকাৰ দোহাই দি ক্ষতিপূৰণৰ বিষয়টো অস্বীকাৰ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা বিৰোধীয়ে দাবী কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৃষকৰ প্ৰতি কোনো সৎ অভিপ্ৰায় নাই। মাত্ৰ আগন্তুক নিৰ্বাচনৰ স্বাৰ্থতহে চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছে।

কৃষি মন্ত্ৰীৰ বক্তব্যৰ পিছত বিৰোধীৰ এই দাবীয়েই এতিয়া সত্যত পৰিণত হোৱাৰ উপক্ৰম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd