• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰধানমন্ত্ৰী দৰাচলতে ধৰ্ষণকাৰীসকলৰ সৈতে আছে!’-কাৰ অভিযোগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2022 4:27 pm
বিলকিছ বানো। ফাইল ফটো।

বিলকিছ বানো। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট চৰকাৰৰ পৰামৰ্শ অনুসৰি বিলকিছ বানো ধৰ্ষণ গোচৰৰ আজীৱন দোষীসকলক মুকলি কৰি দিয়া হৈছে। গৰ্ভৱতী বিলকিছ বানোৰ ধৰ্ষণ আৰু গুজৰাট হিংসাৰ সময়ত তেওঁৰ পৰিয়ালৰ সদস্যসকলক কেনেদৰে হত্যা কৰা হৈছিল সেয়া শুনি সমগ্ৰ দেশ স্তম্ভিত হৈছিল।

সেই লোকসকলৰ মুক্তিৰ পিছত প্ৰশ্ন উঠিছিল এই ক্ষেত্ৰত কেন্দ্ৰৰ ভূমিকা কি আছিল? এইটো পোহৰলৈ আহিছে যে গুজৰাট চৰকাৰৰ দৰে ১১ জন যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত দোষীৰ মুক্তিৰ আঁৰত কেন্দ্ৰৰো হাত আছিল।

লগতে পঢ়ক: বিচিচিআইৰ নতুন সভাপতি ৰজাৰ বিন্নী; আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব

Apply Now

এইবাৰ ৰাহুল গান্ধীয়ে এই বিষয়ে সৰৱ হৈছে। মঙলবাৰে এক টুইটযোগে তেওঁ কয় যে লালকিল্লাৰ পৰা তেওঁ মহিলাসকলক সন্মান কৰাৰ কথা কৈছিল। কিন্তু তেওঁ প্ৰকৃততে ধৰ্ষণকাৰীসকলৰ সৈতে আছে। প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ উদ্দেশ্য একেবাৰতে স্পষ্ট। প্ৰধানমন্ত্ৰীয়ে প্ৰকৃততে মহিলাসকলক প্ৰতাৰণা কৰিছে।

২০০২চনৰ গুজৰাট ডাংগাৰ সময়ত বিলকিছ বানোৰ পৰিয়ালে ঘৰৰ পৰা সুৰক্ষিত আশ্ৰয়লৈ পলাই গৈছিল। বাটত গাড়ীৰ পৰা নামি বিলকিছৰ পৰিয়ালৰ ১৪ জন সদস্যক হত্যা কৰা হৈছিল। পাঁচ মাহৰ গৰ্ভৱতী বিলকিছক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।

लाल किले से महिला सम्मान की बात लेकिन असलियत में 'बलात्कारियों' का साथ।

प्रधानमंत्री के वादे और इरादे में अंतर साफ है, PM ने महिलाओं के साथ सिर्फ छल किया है।

— Rahul Gandhi (@RahulGandhi) October 18, 2022

প্ৰধানমন্ত্ৰীৰ ১৫ আগষ্টৰ ভাষণৰ পিছতে বিলকিছ বানো ধৰ্ষণ গোচৰৰ ১১ জন যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত দোষীক মুক্তি দিয়া হয়। ১৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত গুজৰাট চৰকাৰে তেওঁলোকৰ আচৰণ ভাল বুলি বিবেচনা কৰে। গোধৰা কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত তেওঁলোকক মালা পিন্ধোৱা হৈছিল আৰু মিঠাই খুৱাই আদৰণি জনোৱা হৈছিল।

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমাৰ আচৰণ আৰু কাৰ্য্যত আমি মহিলাসকলক অসন্মান কৰা একো কাম নকৰোঁ। মহিলাসকলৰ প্ৰতি আমাৰ মনোভাৱ সলনি কৰাৰ সময় আহি পৰিছে।

লগতে পঢ়ক: কেদাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা: পাইলটসহ সাত গৰাকী লোকৰ মৃত্যু

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি কেন্দ্ৰ আৰু গুজৰাট চৰকাৰে বিলকিছ বানো ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুক্তি দিয়াৰ পৰামৰ্শ দিছিল। কেন্দ্ৰই চিবিআইকলৈ আপত্তি কৰিছিল যদিও সেই সম্পৰ্কত কাম নকৰিলে। দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd