• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিচিচিআইৰ নতুন সভাপতি ৰজাৰ বিন্নী; আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2022 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Roger Binny appointed new BCCI president ১৯৮৩ চনৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ ৰজাৰ বিন্নীয়ে সৌৰভ গাংগুলীৰ ঠাইত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰজাৰ বিন্নীক মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি দিয়া হয়।

সৌৰভ গাংগুলীৰ পৰা বিচিচিআইৰ সভাপতি হিচাপে ৰজাৰ বিন্নীক দায়িত্ব গতাই দিয়া হৈছে। এতিয়াৰ পৰা সৌৰভ গাংগুলী বিচিচিআইৰ প্ৰাক্তন সভাপতি হিচাপে পৰিচিত হ’ব।

লগতে পঢ়ক: কেদাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা: পাইলটসহ সাত গৰাকী লোকৰ মৃত্যু

Apply Now

ৰজাৰ বিন্নী বিচিচিআইৰ ৩৬ তম সভাপতি হিচাপে নিৰ্বাচিত হৈছে। বিশ্বকাপ বিজয়ী দলৰ সদস্য হিচাপে তেওঁ হৈছে বোৰ্ডৰ প্ৰথম সভাপতি। ৰজাৰ বিন্নীৰ আগতে আন চাৰিজন সভাপতি আছিল যিয়ে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে। তেওঁলোক হৈছে শিৱলাল যাদৱ, সৌৰভ গাংগুলী আৰু মহাৰাজকুমাৰ।   

ৰজাৰ বিন্নীক মঙলবাৰে ব’ৰ্ডৰ এজিএমত সৌৰভ গাংগুলীৰ স্থানত বিচিচিআইৰ সভাপতিৰ পদত স্থলাভিষিক্ত কৰা হয়। আনহাতে প্ৰাক্তন ভাৰতীয় অধিনায়কজনে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল (চিএবি)ৰ সভাপতি হিচাপে উভতি আহিব বুলি চৰ্চা শুনা গৈছে।

লগতে পঢ়ক: দিয়া হৈছিল আপ ত্যাগৰ হেঁচা! চিবিআইৰ জেৰাৰ পিছতে চিছ’দিয়াৰ বিস্ফোৰণ; প্ৰতিক্ৰিয়া চিবিআইৰ

বিচিচিআইৰ অন্যান্য নতুন কাৰ্যবাহীসকলৰ ভিতৰত আছে সচিব জয় শ্বাহ, আশীষ শ্বেলাৰ (কোষাধ্যক্ষ), ৰাজীৱ শুক্লা (উপ-সভাপতি) আৰু দেৱজিৎ শইকীয়া (যুটীয়া সম্পাদক)। বৰ্তমানৰ কোষাধ্যক্ষ অৰুণ ধুমল আই পি এলৰ নতুন অধ্যক্ষ হ’ব।

বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে জানিব পৰা গৈছিল যে সদস্যসকলে আলোচনা কৰিব যে বিচিচিআইয়ে আইচিচিৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিব নে নাই। কোৱা হৈছিল যে এই বৈঠকতে বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলিক সমৰ্থন কৰা হ’ব নে নহয় তাৰো সিদ্ধান্ত লোৱা হ’ব।

লগতে পঢ়ক: সমুখত নিৰ্বাচন: বিজেপি কৰ্প’ৰেটৰ গাড়ীৰ পৰা উদ্ধাৰ এক কোটি টকা

আইচিচিৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২০ অক্টোবৰ। আইচিচি বোৰ্ডৰ বৈঠক ১১ ৰ পৰা ১৩ নৱেম্বৰৰ ভিতৰত মেলবৰ্ণত অনুষ্ঠিত হ’ব। অৱশ্যে বৈঠকত বিষয়টো সন্দৰ্ভত কোনো আলোচনা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd