• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰাষ্ট্ৰীয় ছাৰেণ্ডাৰ সংঘ’, ৰাম মাধৱৰ মন্তব্যক কেন্দ্ৰ কৰি সংঘ আৰু বিজেপিক টাৰ্গেট ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:50 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ থিংক টেংক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কৌশলকে ধৰি বিজেপিৰ কাশ্মীৰ নীতিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা ৰাম মাধৱৰ বক্তব্যক কেন্দ্ৰ কৰি মোডী চৰকাৰ আৰু বিজেপি শলঠেকত পৰিছে।

ৰাহুল গান্ধীয়ে ৰাম মাধৱৰ মন্তব্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তীব্ৰ আক্ৰমণ চলাইছে। শনিবাৰে আৰ এছ এছক ‘ৰাষ্ট্ৰীয় ছাৰেণ্ডাৰ সংঘ’ বুলি কটাক্ষ কৰে। তেওঁ নৰেন্দ্ৰ মোডীকো পোনপটীয়াকৈ ‘আত্মসমৰ্পণকাৰী’ বুলি অভিহিত কৰে।

Apply Now

শেহতীয়াকৈ আমেৰিকাৰ হাডছন ইনষ্টিটিউটৰ এক আলোচনা সভাত ৰাম মাধৱে আমেৰিকা প্ৰশাসনৰ প্ৰাক্তন বিষয়াসকলৰ সন্মুখত প্ৰায় বিৰোধীৰ সুৰতে কৈ পেলাইছিল যে ভাৰত চৰকাৰে তেল আমদানি সন্দৰ্ভত আমেৰিকাই আৰোপ কৰা চৰ্তসমূহ মানি লৈছে। ইৰাণ আৰু ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰিব নোৱাৰিব বুলি আমেৰিকাই জাৰি কৰা চৰ্ত মানি লোৱা হৈছে।

তেওঁ লগতে কয় যে ভাৰতে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সময়তো মানি লৈছিল। আনকি বাণিজ্য চুক্তিৰ চৰ্ত অনুসৰি ভাৰতে ১৮ শতাংশ শুল্কও গ্ৰহণ কৰে। এই সকলোবোৰৰ মাজতো আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু আমেৰিকা চৰকাৰৰ মনোভাৱ কিয় ইমান তিক্ত হৈ আছে সেইটো বুজিব পৰা নাই।

তেওঁৰ বক্তব্যত অস্বস্তিত পৰিছে বিজেপি। ৰাম মাধৱৰ ওপৰত যে যথেষ্ট চাপ দিয়া হৈছে সেয়া স্পষ্ট। কাৰণ তেওঁ নিজৰ বক্তব্যক ভুল আখ্যা দি কৈছে যে মই এনেকুৱা কথা কোৱা উচিত নাছিল। মই দুখ প্ৰকাশ কৰিছো। মই এনেকুৱা কথা ক’ব বিচৰা নাছিলো।

কিন্তু ইতিমধ্যে যি ক্ষতি হ’বলগীয়া সেয়া হৈ গৈছে। বিজেপিয়ে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে ৰাহুল গান্ধীয়ে যেতিয়াই বিদেশলৈ যায় তেতিয়াই তাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন, বিশ্ববিদ্যালয়, ৰাজহুৱা মঞ্চত ভাৰতক বদনাম কৰে, অপবাদ দিয়ে। তেওঁ ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলায়।

বিজেপিৰ নিজা থিংক টেংকৰ সদস্য ৰাম মাধৱে আমেৰিকালৈ গৈ বিৰোধী দলৰ দৰে একে সুৰত কোৱা এনে কথাত প্ৰত্যাশিতভাৱেই অতি অস্বস্তিত পৰিছে বিজেপি আৰু মোডী চৰকাৰ। ৰাহুলে কয় যে অৱশেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ মুখা খোল খাইছে। নৰেন্দ্ৰ মোডী যে কিমান দুৰ্বল প্ৰধানমন্ত্ৰী সেয়া ৰাম মাধৱৰ কথাৰ পৰাই স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd