• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনীতিত ৰাহুল গান্ধীৰ প্ৰজ্ঞা ৰাজীৱ গান্ধীতকৈ উচ্চ পৰ্যায়ৰ- ছেম পিট্ৰ’ডাৰ মন্তব্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 4, 2024 6:45 pm
313
VIEWS
Share on FacebookShare on Twitter

অহা সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাব ৰাহুল গান্ধী। কিন্তু কংগ্ৰেছৰ বৈদেশিক পৰিক্ৰমা কোষৰ সভাপতি ছেম পিট্ৰ’ডাই কয় যে ৰাহুলে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে বা বিৰোধীৰ নেতা হিচাপে নহয়, ব্যক্তিগত আমন্ত্ৰণ ৰক্ষাৰ বাবেহে আমেৰিকালৈ যাব।

এই ভ্ৰমণৰ সময়ত ৰাহুলে কেইবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিব। ৰাজনীতি আৰু সমাজৰ সৈতে জড়িত কিছুমান সংগঠনক ভাষণ দিয়াৰ কথা ৰাহুলে। কেইবাজনো ৰাজনীতিবিদক লগ পাব। কিন্তু সকলো তেওঁৰ ব্যক্তিগত অনুষ্ঠান।

বুধবাৰে ৰাহুলৰ আমেৰিকা ভ্ৰমণৰ কথা কওঁতে ছেমে তেওঁৰ প্ৰিয় বন্ধু প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাজীৱে তেওঁৰ দুন স্কুলৰ বন্ধু ছেমক প্ৰযুক্তি অভিযানৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। এই অভিযানৰ কাম আছিল খোৱাপানী, বিদ্যুৎ, টেলিফোন আৰু পথৰ উন্নতিৰ বাবে চৰকাৰৰ বাবে কামৰ ৰূপৰেখা দাঙি ধৰা। সেই কাৰণে কেবিনেটৰ সদস্য নহ’লেও ৰাজীৱে নিয়মিতভাৱে ছেমৰ লগত সাক্ষাৎ কৰি কথা পাতিছিল। ৰাজীৱে ছেমক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়ে।

ছেমে কয় যে বুধবাৰে মই কেৱল ৰাজীৱৰ সৈতে নহয়, বিশ্বনাথ প্ৰতাপ সিং, চন্দ্ৰশেখৰ, নৰসিং ৰাওৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰাৰ সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতাৰ পৰা মই ক’ব পাৰো যে ৰাহুল গান্ধী পিতৃতকৈ ৰাজনীতিত অধিক পৰিপক্ক আৰু জ্ঞানী। তেওঁ ৰাজনীতি গঢ়িবলৈ শিকিলে। ছেমৰ ভাষাত ৰাহুলৰ আটাইতকৈ ডাঙৰ গুণটো হ’ল তেওঁ দেশখনক চিনি পায়, অধিক জানিবলৈ চেষ্টা কৰা হয়। দেশবাসীৰ মন বুজিবলৈ শিকিছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd