• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদী মল্লযুঁজাৰুৰ সমৰ্থনত দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ ৰাইজৰ দলৰ

উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাত নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2023 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি অহা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকলৰ সমৰ্থনত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে।

দেশৰ ৰাজধানী দিল্লীত অলিম্পিয়ান মল্লযুঁজাৰু সকলে চলাই থকা প্ৰতিবাদ আৰু তেওঁলোকৰ ওপৰত পুলিচী নিৰ্যাতনৰ বিৰোধিতা কৰি ৰাইজৰ দলে এই শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ এই শান্তিপূৰ্ণ অনুষ্ঠানত শতাধিক কৰ্মীয়ে ম’মবাতি জ্বলাই মল্লযুঁজাৰুৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়।

Apply Now

দলটোৰ এই শান্তিপূৰ্ণ প্ৰতিবাদত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, ৰাইজৰ দলৰ উপদেষ্টা তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বিশেষ শাখা দিলীপ বৰা, ৰাইজৰ দলৰ উপদেষ্টা তথা বিশিষ্ট নাৰী অধিকাৰ কৰ্মী সুমিত্ৰা হাজৰিকা।

লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দ্বিপেন বেজবৰুৱা, শৰৎ ফুকন, বিশিষ্ট লেখক আৰু অধিবক্তা কিশোৰ কুমাৰ কলিতা আৰু ৰাইজৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু অলক নাথৰ লগতে অন্যান্য নেতা কৰ্মীয়ে এই প্ৰতিবাদত যোগদান কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাইজৰ দলে শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি এক মিনিট মৌনতা অৱলম্বনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজি দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা শান্তিপূৰ্ণ প্ৰতিবাদত নিজৰ মন্তব্য ৰাখি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে নাৰী নিৰ্যাতনকাৰীক ৰক্ষণাবেক্ষণ দিয়াই নহয় দেশৰ আইন ব্যৱস্থা ভৰিৰে মোহাৰি পেলাইছে।

মল্লযুঁ34জাৰু সকলৰ প্ৰতিবাদ বিজেপিৰ দিনত হোৱা তিনিটা ঐতিহাসিক প্ৰতিবাদৰ এটা বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে জনতাৰ ক্ষোভৰ জুইয়ে এদিন বিজেপি চৰকাৰক দহিব।

মল্লযুঁজাৰু সকলৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দিল্লীলৈ ৰাইজৰ দলৰ এটা প্ৰতিনিধি দল প্ৰেৰrrণ কৰিব বুলিও ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd