• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা মৰাণত আৰম্ভ ‘ৰাইজৰ দল’ৰ প্ৰথমখন জাতীয় অভিৱৰ্তন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 3:13 pm

2 min read

আজিৰ পৰা মৰাণত আৰম্ভ ‘ৰাইজৰ দল’ৰ প্ৰথমখন জাতীয় অভিৱৰ্তন
218
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ মৰাণৰ আহোম গাঁৱত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘ৰাইজৰ দল’ৰ প্ৰথমখন জাতীয় অভিৱৰ্তন।

অভিৱৰ্তনৰ প্ৰথম দিনটোতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ সংবিধান গৃহীত হ’ব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ “অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহন” কাৰ্যসূচীলৈ  ৭০ সংগঠন আৰু বীৰ লাচিত সেনাৰ নেতৃত্বক নিমন্ত্ৰণ জনোৱা হৈছে।

আজি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হৈছে দলটোৰ প্ৰথম অভিৱৰ্তনৰ কাৰ্যসূচী।

পতাকা উত্তোলন কৰে পদ্মভূষণ জাহ্নু বৰুৱাই।

প্ৰথম দিনটোত ৯.৩০ বজাত ছহিদ তৰ্পন, ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন, ১১ বজাত প্ৰতিনিধি শিবিৰ মুকলি, ১১.৩০ বজাত সতীৰ্থ সন্মিলন, দিনৰ ২ বজাত আহাৰ বিৰতি,৩ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অভিৱৰ্তনৰ প্ৰথম দিনটোতে ৰাইজৰ দলৰ নেতৃত্ব আৰু সাধাৰণ জনতাই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে জামিন লাভ কৰিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছিল সেয়া হৈ উঠিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰিছে।

ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কে এল চুড়ানা বিচাৰপীঠে অখিল গগৈৰ জামিন সন্দৰ্ভত দিলে এই চুড়ান্ত ৰায়।

NIAৰ প্ৰথমটো গোচৰ অৰ্থাৎ চান্দমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰত জামিন মঞ্জুৰ নহ’ল অখিল গগৈৰ।

যোৱা ১৩ অক্টোবৰৰ পৰা ১৭ ডিচেম্বৰলৈকে চলা দীঘলীয়া শুনানিৰ অন্তত আজি এই চুড়ান্ত ৰায়দান দিলে উচ্চ ন্যায়ালয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd