• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

চানু গগৈ by চানু গগৈ
March 7, 2021 9:20 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু জল্পনা কল্পনাৰ অন্তত কালি ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা মাত্ৰকে ধিং সমষ্টিত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।

ধিং সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সভাপতি তথা বৈদ্যুতিন আৰু ছপা মাধ্যমত প্ৰায় দুটা দশক ধৰি সততা আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক মেহবুব মোক্তাৰক।

Apply Now

মেহবুব মোক্তাৰে টিকট লাভ কৰা খবৰ পোৱা মাত্ৰকে শনিবাৰে নিশা মৰিগাঁৱৰ পৰা বাইক ৰেলী কৰি মেহবুব মোক্তাৰক আগবঢ়়াই আনে ধিং সমষ্টিৰ কেবা শতাধিক লোকে। বৃহৎ ৰেলীত অংশ গ্ৰহণ কৰে সমষ্টিটোৰ জ্যেষ্ঠ নেতা-কৰ্মীৰ লগতে বিভিন্ন স্তৰৰ লোকে।

শনিবাৰে মেহবুব মোক্তাৰে আহি প্ৰথমে মৈৰাবাৰী প্ৰেছ ক্লাবে আয়োজন কৰা জৰুৰী সভাত ভাগ লয় আৰু সতীৰ্থ সাংবাদিকসকলৰ উপস্থিতিত প্ৰেছ ক্লাৱৰ সভাপতি পদৰ পৰা অব্যাহতি লয়। সতীৰ্থ সাংবাদিকসকলে মোক্তাৰক উষ্ম আদৰণি জনোৱাৰ পাছতে ধিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰেছ ক্লাবৰ সন্মুখত ভিৰ কৰা লোক সকলে নিশা দহ বজাত প্ৰেছ ক্লাবৰ পৰা মোক্তাৰক আদৰি নিয়ে আৰু এখন সভাত মিলিত হয় মৈৰাবাৰী বজাৰ প্ৰাঙ্গনত।

সমবেত দুই সহস্ৰাধিক লোকক প্ৰথমবাৰৰ বাবে মোক্তাৰে আনুষ্ঠানিক সম্বোধন কৰি কয় – ‘মই ৰাজনীতিৰ মানুহ নাছিলো। দেশৰ আৰু সমষ্টিটোৰ বৃহত্তৰ স্বাৰ্থৰ বাবে সমষ্টিটোৰ জ্যেষ্ঠ অভিভাৱক, বিশিষ্ট লোকসকলৰ দাবীক সন্মান জনাই ৰাজনীতিলৈ আগবাঢ়িছো।ৰাইজৰ দলৰ মই সাধাৰণ কৰ্মীও নাছিলো। তৎস্বত্ত্বেও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মোক নিজে টিকট দিছে সমষ্টিটো উদ্ধাৰ কৰিব পাৰিম বুলি। গতিকে মোৰ প্ৰতি থকা তেখেতৰ বিশ্বাসক মই শ্ৰদ্ধা জনাই আজি ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেত যেন সোনকালে জে’লৰ পৰা ওলাই আহিব পাৰে।’

লগতে তেওঁ কয় সৰ্বহাৰাৰ বাবে যুঁজ দি জে’লত আবদ্ধ এজন লোকৰ আস্থা বিশ্বাসক আপোনালোকে ৰক্ষা কৰিব লাগিব। নিৰ্বাচন ৰাইজে খেলিব। কিন্তু আজি মই আপোনালোকক কথা দিছো যে – আপোনালোকে মোক জিকাই দিয়ক আৰু যোৱা পোন্ধৰ বছৰে এ আই ইউ ডি এফে যি কৰিব পৰা নাই মই আঢ়ৈ বছৰত কৰি দেখুৱাম।

মোক আপোনালোকে যদি জিকাই আনে আগৰ প্ৰতিনিধিসকলে চকু নিদিয়া প্ৰধান সমস্যা বানপানী গৰাখহনীয়াকে ধৰি সকলো সমস্যা সমাধানৰ বাবে আপোনালোকক লগত লৈ কাম কৰিম।

মই আগন্তুক পাঁচ বছৰত আপোনালোকক অসমৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ সমষ্টি উপহাৰ দিম বুলিও অংগীকাৰ কৰে মোক্ৰাৰে।

উল্লেখ্য যে আজি পুৱা পৰা মেহবুব মোক্তাৰে বিভিন্ন স্তৰৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। অৱশ্যে ৰাজনৈতিক পথাৰত তেনেই নতুন মুখ মেহবুব মোক্তাৰে আগন্তুক দিনত এআইয়ুডিএফৰ সমৰ্থিত প্ৰাৰ্থী আমিনুলক প্ৰতিহত কৰিবলৈ কেনে কৌশল অৱলম্বন কৰে সেয়া হব লক্ষনীয়।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd