• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰৰূপী আৰক্ষী! লুকুৱাই ৰখা ৯০ লক্ষাধিক টকা সৰবৰাহ কৰা অৱস্থাত গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
April 30, 2020 7:50 am
জব্দ হোৱা টকা আৰু সোণ খিনি

জব্দ হোৱা টকা আৰু সোণ খিনি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৯ এপ্ৰিলৰ নিশা প্ৰায় ১২ বজাত বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ সৰবৰাহ কৰি ফটাশিল আৰক্ষীৰ জালত পৰিছে গুৱাহাটী ৰে’লৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা আৰু তেওঁৰ ভাতৃ সঞ্জয় কুমাৰ ঝা।

এখন বাইকৰ সৈতে প্ৰায় ৭০ লাখ টকাৰ সোণ আৰু নগদ ২২ লাখ টকাসহ ফটাশিল আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োগৰাকীকে। ফটাশিল আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই এই কথা জনাইছে।

Apply Now

উল্লেখযোগ্য যে, ৰে’লযাত্ৰীৰ সুৰক্ষাত নিয়োজিত থকাৰ নামত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল এই উপ-পৰিদৰ্শক গৰাকী। তেওঁ জামিন লাভ কৰি নিলম্বিত হৈ আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, নিলম্বিত উপ-পৰিদৰ্শকগৰাকীয়ে নিজ ভাতৃৰ সৈতে মিলি মহানগৰীৰ লালগণেশৰ কোনো এঘৰ লোকৰ ঘৰত লুকুৱাই ৰখা ২২ লাখ টকা ধনসহ প্ৰায় ১.৫০ কিলো ওজনৰ ১০ খন সোণৰ বিস্কুট আৰু আ-অলংকাৰ লৈ আহি আছিল।

প্ৰথমে ফটাশিল আৰক্ষীয়ে লোক দুগৰাকীক আটক কৰে আৰু তাৰ পিছত সেই সোণ আৰু নগদ ধনৰ সঠিক তথ্য আৰক্ষীক যোগান ধৰিব নোৱৰাৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰে ফটাশিল আৰক্ষীয়ে।

সেই সোণখিনিৰ মাজতে গুৱাহাটী ৰেইলৱে ষ্টেচনত আত্মসাত কৰা সোণ খিনিও আছে বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বৰ্তমান ফটাশিল আমবাৰী থানাতে ৰখা হৈছে দুয়োকে। ঘটনাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষী উপ পৰিদৰ্শক গৰাকীৰ পৰা ডাকঘৰ আৰু ষ্টেট বেংকৰ বহু কেইখন পাছবুক জব্দ কৰিছে আৰক্ষীয়ে।

জনতাৰ সুৰক্ষাত স্বাৰ্থত নিয়োজিত একাংশ খাকী পোছাকধাৰীৰ এনে স্বৰূপ বিভিন্ন সময়ত পোহৰলৈ আহিছে।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd