• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৪০ জন শিশু আৰু দুগৰাকী মহিলা উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 2:42 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২০২৫ বৰ্ষৰ ১ৰ পৰা ১৪ ফেব্ৰুৱাৰী পৰ্যন্ত ইয়াৰ অধীনৰ বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ৪০ জন নাবালক-নাবালিকা আৰু ২ গৰাকী মহিলাক সফলতাৰে উদ্ধাৰ কৰি বিপদাপন্ন ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ দায়বদ্ধতা পুনৰ এবাৰ অক্ষুণ্ণ ৰাখিছে।

উদ্ধাৰ কৰা ব্যক্তিসকলক সঠিক যত্ন আৰু পুনৰ্সংস্থাপনৰ বাবে চাইল্ড লাইন, বেচৰকাৰী সংগঠন, অভিভাৱক আৰু চৰকাৰী ৰে’লৱে আৰক্ষী/স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়া হয়।

Apply Now

এই পদক্ষেপ মানৱ সৰবৰাহ প্ৰতিৰোধ, পলাতক শিশুসকলক সুৰক্ষা প্ৰদান আৰু শিশু শোষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিশত ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা চলাই নিয়া প্ৰচেষ্টাৰে অংশ, যি ৰে’ল যাত্ৰীসকলৰ বাবে সজাগ অভিভাৱক হিচাপে ইয়াৰ ভূমিকা পুনৰ নিশ্চিত কৰিছে।

২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীত চলোৱা এক ধাৰাবাহিক উদ্ধাৰ অভিযানত, ৰে’লৱে  সুৰক্ষা বাহিনীয়ে সংকটপূৰ্ণ পৰিস্থিতিৰ প্ৰতি সঁহাৰি দিয়াৰ বাবে দ্ৰুততাৰে কাম কৰে। ২০২৫ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত কোকৰাঝাৰ ৰে’ল ষ্টেচনত কোকৰাঝাৰৰ আৰপিএফ দলে এগৰাকী ১৭ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰে। সঠিক চিনাক্তকৰণৰ পিছত, সুৰক্ষিতভাৱে তেওঁক অভিভাৱকৰ হাতত তুলি দিয়া হয়।

একেদৰে, ২০২৫ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত কিষাণগঞ্জ ৰে’লৱ ষ্টেচনত কিষাণগঞ্জৰ আৰপিএফ দলে পশ্চিম বংগ আৰু বিহাৰৰ বিভিন্ন স্থানৰ পৰা পাঁচজন পলাতক নাবালক ল’ৰাক উদ্ধাৰ কৰে। এই নাবালকসকলক তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰি তৎক্ষণাৎ কিষাণগঞ্জৰ চাইল্ড লাইনৰ হাতত অৰ্পণ কৰা হয়।

২০২৫ বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত কাটিহাৰ ৰে’ল ষ্টেচনত এক উল্লেখযোগ্য উদ্ধাৰ অভিযান চলোৱা হয়, য’ত কাটিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আৰু পাঁচজন পলাতক নাবালক ল’ৰাক উদ্ধাৰ কৰে। প্ৰয়োজনীয় সঁহাৰি আৰু সহায় প্ৰদানৰ বাবে এই শিশুসকলক লগে লগে চাইল্ড লাইন, কাটিহাৰৰ তত্বাৱধানত ৰখা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ৰে’ল যাত্ৰীসকলক, বিশেষকৈ নাবালক-নাবালিকা আৰু মহিলাসকলক সুৰক্ষা দিয়াৰ বাবে একনিষ্ঠভাৱে কাম কৰি আহিছে, যিসকল অবৈধ সৰবৰাহ আৰু শোষণৰ কৱলত পৰে। উদ্ধাৰ কৰা ব্যক্তিসকলৰ সুৰক্ষা আৰু পুনৰ্সংস্থাপন নিশ্চিত কৰাৰ অৰ্থে সুৰক্ষা বাহিনীয়ে চাইল্ড লাইন, বেচৰকাৰী সংগঠন, স্থানীয় আৰক্ষী আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰি আহিছে।

যাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈ আৰু আৰপিএফ হেল্পলাইন – ১৩৯ ৰ সৈতে যোগাযোগ কৰি মানৱ সৰবৰাহ বা দুৰ্দশাগ্ৰস্ত ব্যক্তিৰ সৈতে সম্পৰ্কিত যিকোনো সন্দেহজনক কাৰ্য কলাপৰ তথ্য দিবলৈ উৎসাহিত কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ প্ৰতিশ্ৰুতিৰ প্ৰতি অটল থাকি সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি আহিছে, সমগ্ৰ অঞ্চলটোত এক সুৰক্ষিত, যাত্ৰী-অনুকূল আৰু দায়িত্বশীল ৰে’লৱে নেটৱৰ্ক শক্তিশালী কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd