• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাহাৰ লাইনত ভূমিস্খলন, ৰে’ল চলাচল বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
July 12, 2019 7:21 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা লাম্পুৰ আৰু নিউ হাৰাংগাজাও ষ্টেশ্যনৰ মাজৰ ৰে’ল লাইনৰ তলৰ মাটি খহি যোৱাৰ লগতে লামডিং-বদৰপুৰ হিলছ ছেকচনৰ বিভিন্ন ঠাইত ভূমিস্খলন হৈছে।

আজি পুৱাৰ ভাগতো উক্ত ঠাইত ৰেল লাইনৰ তলৰ মাটি খহি যোৱাত পাহাৰ লাইনৰ সকলো ধৰণৰ ৰেল চলাচল বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰেল কৰ্তৃপক্ষই।

Apply Now

আজি শিলচৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীবাহী ৰে’লখন নিউ হাফলঙৰ পৰা লামডিঙলৈ উভতাই পথোৱা হয়। বিপৰীতে গুৱাহাটী অভিমুখে ৰাওনা হোৱা যাত্ৰীবাহী ৰে’লখন চন্দ্ৰনাথপুৰ ষ্টেশ্যনৰ পৰা শিলচৰলৈ লৈ যোৱা হয়।

আনহাতে শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ লামডিঙৰ পৰা উভতি যায়। ইয়াৰ উপৰি গুৱাহাটী-শিলচৰৰ মাজত চলাচল কৰা আটাইবোৰ যাত্ৰীবাহী ৰে’ল আজি বাতিল কৰা হৈছে।

 ইফালে ৰে’লৱে কৰ্তৃপক্ষই পুৱাৰে পৰা জাতিংগা লাম্পুৰ আৰু নিউ হাৰাংগাজাও ষ্টেশ্যনৰ মাজৰ ৰে’ল লাইন সূচল কৰাৰ বাবে যুদ্ধকালীন গতিত কাম আৰম্ভ কৰিছে।  অৱশ্যে বৰষুণৰ বাবে কিছু বাধাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

আকৌ বদৰপুৰ-লামডিঙৰ মাজৰ পাহাৰীয়া ৰে’ল পথটোও মেৰামতিৰ কাম কৰি থকা বুলি জানিব পৰা গৈছে। অৱশ্যে শীৰ্ষ ৰে’লৱে বিষয়াই জনোৱা অনুসৰি এই ৰে’ল লাইন সূচল হোৱাৰ বাবে কিছু সময় লাগিব। যিহেতু বৰষুণৰ বাবে পাহাৰীয়ে এলেকাৰ মাটিয়ে পানী ধৰি ৰখাৰ ক্ষমতা হেৰুৱাই পেলাইছে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd