• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰালা-পঞ্জাৱৰ পাছত এইবাৰ ৰাজস্থান বিধানসভাতো উত্থাপিত হ’ল CAA বিৰোধী প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2020 3:34 pm
shp_03120_gehlot

ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট।

7.2k
VIEWS
Share on FacebookShare on Twitter

কেৰালা, পঞ্জাৱৰ পাছত এইবাৰ ৰাজস্থানে ল’লে একেই পদক্ষেপ। CAA বাতিলৰ দাবীত শুকুৰবাৰে কংগ্ৰেছ শাসিত ৰাজ্যখনৰ বিধানসভাত উত্থাপন কৰা হয় প্ৰস্তাৱ।

স্বাভাৱিকভাৱেই এই প্ৰস্তাৱৰ বিৰোধিতা কৰে ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে। দলটোৰ বিধায়কসকলে আনকি বিধানসভাৰ বাজেট অধিৱেশনৰ পৰাও ৱাক আউট কৰে।

যোৱাটো বৰ্ষৰ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছৰে পৰা আইনখনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ চলি আছে।

উক্ত আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো এলানি গোচৰ ৰুজু হৈছে।

ইতিমধ্যে কেৰালা আৰু পঞ্জাৱ বিধানসভাত সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত হৈছে।

এইবাৰ কেৰালা আৰু পঞ্জাৱৰ দৰে ৰাজস্থান বিধানসভায়ো আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণৰ পদক্ষেপ ল’লে।

উল্লেখযোগ্য যে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ চলিছে। ইয়াৰ ভিতৰত কোনো কোনো ঠাইত প্ৰতিবাদে হিংসাত্মক ৰূপো লৈছে।

ইপিনে, CAA বিৰোধিতা কৰিলেও হিংসাত্মক আন্দোলনক সমৰ্থন নকৰাৰ কথা দোহাৰিছে ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী শচীন পাইলটে।

তেওঁ কয়,’’শান্তিপূৰ্ণভাৱে বিৰোধিতা কৰা হওক। কিন্তু আন্দোলনৰ নামত হিংসাক সমৰ্থন কৰিব নোৱাৰি।‘’

আনহাতে, CAA বিৰোধী প্ৰস্তাৱ উত্থাপন অসন্তুষ্ট ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনিয়া সৰৱ হৈ পৰিছে। তেওঁ CAA বিৰোধী প্ৰস্তাৱ উত্থাপনৰ বিৰোধিতা কৰা বুলি জানিবলৈ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd