• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসাৰ অভাৱতে কৰুণ মৃত্যু ঘটিল মাৰ্ঘেৰিটাৰ এগৰাকী চাৰি মহীয়া সন্তানৰ মাতৃ ৰাজশ্ৰীৰ : ব্যাপক প্ৰতিক্ৰিয়া

এণ্টিজেন ৰেপিড টেষ্টৰ ৰিপৰ্ট নেমানে ব্যক্তিগত নাৰ্চিং হোমৰ চিকিৎসকে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 24, 2020 6:13 pm
index.jpgvv
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা মহকুমাৰ ভিনাৰ মিল বজাৰস্থিত শিক্ষক কলনীৰ উদীয়মান ব্যৱসায়ী যুৱক অনুজ বৰঠাকুৰৰ পত্নী ৰাজশ্ৰী নেওগ বৰঠাকুৰ(৩৮)ৰ চিকিৎসাৰ অভাৱত হোৱা কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলত শোঁ‌কৰ ছাঁ‌ পেলাইছে।

জানিব পৰামতে, যোৱা ১৯ আগষ্ট তাৰিখে নিশা সাধাৰণ অৱস্থাত চলা ফুৰা কৰি ঘৰুৱা কামকাজ কৰি থকা বৰঠাকুৰৰ পত্নী হঠাৎ অসুস্থ হৈ পৰে।

Apply Now

এটি চাৰি মহীয়া কন্যা সন্তানৰ মাতৃ গৰাকী হঠাৎ এনেদৰে অসুস্থ হোৱাত কোনো কাৰণ বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে উচ্চ ৰক্তচাপজনিত কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰি ততাতয়াকৈ স্থানীয় নাৰ্চিংহোম আৰু মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি ডিব্ৰুগড় অভিমুখে লৈ যায়।

কিন্তু উন্নত চিকিৎসাৰ আশাৰে অৰ্ধমৃত অৱস্থাত থকা ৰোগীগৰাকীয়ে তিনিচুকীয়াৰ কেইবাখনো নাৰ্চিংহোমৰ এখনতো চিকিৎসা সেৱা নাপাই ডিব্ৰুগড় ব্যক্তিগত নাৰ্চিংহোমলৈ বুলি লৈ ৰোগী গৰাকীক লৈ যায়।

তাতো কোনো এখন নাৰ্চিংহোমৰ পৰাও কিঞ্চিৎ মানো সঁ‌হাৰি নোপোৱাত ২০ আগষ্টৰ দিনা ডিব্ৰুগড়ত ৰাজশ্ৰীৰ মৃত্যু হয়।

এই বিষয়টোৱে মানৱতাৰ প্ৰতি ভাবুকী সৃষ্টি কৰিছে।

চৰকাৰে দৈনিক হাজাৰ হাজাৰ মানুহৰ কৰোণাৰ নামত “এণ্টিজেন ৰেপিড টেষ্ট” কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্চিংহোম সমূহে এনে ৰিপৰ্ট মানি নলয় আৰু তেওঁ‌লোকক ক’ৰ’ণাৰ সম্পূৰ্ণ বি চি আৰ ৰিপৰ্ট বিচাৰে।

যিটো ৰিপৰ্ট আহোঁতে তিনি দিনৰ পৰা চাৰি দিন পৰ্যন্ত সময় লাগে। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কিডনী ৰোগী আৰু হাৰ্টৰ ৰোগী আদিকে ধৰি মানুহৰ জীৱনলৈ অকস্মাৎ অহা কোনো দুৰ্য্যোগ তথা বেমাৰৰ চিকিৎসা কৰিবৰ বাবে এটা সময়ত টকাৰ লোভে মূৰত ধৰা নামজ্বলা একাংশ চিকিৎসকে সেই এণ্টিজেন ৰেপিড টেষ্টৰ ৰিপৰ্ট কোনোপধ্যে মানি নলয় আৰু ৰোগীজনক পুনৰ কৰোণা টেষ্ট কৰি তিনি চাৰি দিনৰ পিছত ৰিপৰ্ট অহাৰ অন্ততহে চিকিৎসকে উক্ত ৰোগী সকলৰ চিকিৎসা কৰিব বুলি এটা ধাৰণা দিয়ে।

ব্যক্তিগত নাৰ্ছিংহোমৰ এনে কাণ্ডৰ বাবে চাৰি মহীয়া কন্যা সন্তাৰ মাতৃ ৰাজশ্ৰী নেওগৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটে।

গতিকে মানৱ সেৱাৰ দৰে এটা পৱিত্ৰ বৃত্তিত জড়িত হৈ থাকিও মানুহৰ জীৱনৰ প্ৰতি সামান্যও দায়িত্ববোধ নথকা এইসকল চিকিৎসকক স্বাস্থ্য মন্ত্ৰীয়ে নাকী লগাবলৈ সমৰ্থ হ’ব নে বুলি প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

এই ক্ষেত্ৰত চৰকাৰ কঠোৰ ন’হলে ক’ৰ’ণাৰ উপৰি অন্যান্য বহু সাধাৰণ ৰোগতেই যে বহু মানুহৰ মৃত্যু ঘটিব সেয়া নিশ্চিত।

ৰাজশ্ৰীৰ মৃত্যুৱে মাৰ্ঘেৰিটাৰ লগতে তিনিচুকীয়াৰ মাতৃ পৰিয়ালত শোকৰ ছাঁ‌ পেলাইছে। সমগ্ৰ ঘটনাই মাৰ্ঘেৰিটা সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰীক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী উত্থাপন কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd