• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগামাটিত ব্যক্তিগত পুঁজিৰে বাথৌ ধৰ্মৰ উপাসনা থলী নিৰ্মাণ সাংসদ বিশ্বজিৎ দৈমাৰীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 19, 2020 8:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চুইজাৰলেণ্ড খ্যাত বাক্সা আৰু ওদালগুৰী জিলাৰ সীমান্তৰ বগামাটিত আজি ৰাইজৰ বাবে মুকলি কৰা হয় বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মৰ লোক সকলৰ উপাসনাৰ থলী বাথৌ থানচালি। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিজা ববীয়াকৈ অৰ্থ ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা বাথৌ ধৰ্মৰ উপাসনা থলীখন আজি পুৱা মুকলি কৰা হয়।

পুৱা বাথৌ থানচালিৰ মুখ্য দ্বাৰ মুকলি কৰাৰ পিছত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বাসুমতাৰীৰ লগতে বাথৌ মহাসভাৰ বিষয়-ববীয়া আৰু সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বাথৌ ধৰ্মৰ ধৰ্ম গুৰু মানসিং বৌৰাইৰ প্ৰতিমূৰ্তিটো মুকলি কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ গণেশ কছাৰীয়ে।

Apply Now

বন্তি প্ৰজ্বলনৰ পিছত উপাসনা থলীত সমবেত সহস্ৰাধিক ৰাইজে ধৰ্মীয় লোকবাদ্য বজাই বাথৌ ধৰ্মীয় প্ৰাৰ্থনা ‘আৰজ’ গাই মুখৰিত কৰি তোলে ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ আকাশ-বতাহ।

প্ৰায় দুই ঘণ্টা জোৰা প্রার্থনাৰ অন্তত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। এই সভাত উপস্থিত থাকে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰী, পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী, বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা, বাক্সাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে, বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সাংসদ গৰাকীৰ তৰফৰ পৰা একোখনকৈ আৰণাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ বাথৌ ধৰ্মীয় প্ৰতীক বাথৌ মমেন্ট’ উপহাৰ দিয়া হয়।

এই উপাসনা থলী পৰিচালনা কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ সাংসদ দৈমাৰীয়ে কয় যে ইয়াৰ  ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁ নিজে আৰু পৰৱৰ্তী সময়ত তেওঁৰ পৰিয়ালে ল’ব।

আনহাতে সভাত উপস্থিত থাকি বিধায়িকা কমলী ৰাণী ব্ৰহ্মই ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ঠাই পৰ্যটনথলী হিচাপে গঢ় লৈ উঠাত বনৰীয়া হাতীৰ লগতে অন্যান্য বন্য জীৱ-জন্তুৰ বিচৰণ ভূমি সংকুচিত হৈ আহিছে বুলি উল্লেখ কৰি বনৰীয়া জীৱ-জন্তু যাতে সকলো স্থানত সুৰক্ষিত হৈ থাকে তাৰ ওপৰতো দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়।

সভাত সেনাৰ জি অ’চি দীপক মেহৰা, বাক্সা জিলাৰ উপযুক্ত  ৰঞ্জন শৰ্মা, বাক্সা জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেইও ভাষণ ৰাখি অসমৰ বিশেষ পৰ্যটন ক্ষেত্ৰ বগামাটিৰ সৌন্দৰ্য্য অটুট ৰাখি পৰ্যটন থলীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ পৰ্যটক আৰু বগামাটি পৰিচালনাৰ দায়িত্ব লোৱা স্বেচ্ছাসেৱী সংগঠন সমূহক আহ্বান জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd