• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ বিৰুদ্ধে ‘অপমানজনক’ প’ষ্ট শ্বেয়াৰ কৰাৰ বাবে চাকৰিত অৱনতি ঘটিল ৰাজ্যসভাৰ বিষয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2020 3:42 pm
RS000-1140x570

ৰাজ্যসভা সচিৱালয়ৰ কৰ্মচাৰী উৰুজুল হাছানক ছচিয়েল মিডিয়াত ‘অপমানজনক, মৰ্যাদা হানিকাৰক, নীচাত্মক তথা কটু প’ষ্ট দিয়াৰ অভিযোগত শাস্তি বিহা হয়।

4.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভা সচিৱালয়ত অলপতে এগৰাকী বিষয়াক তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইজনমান কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত অপমানজনক প’ষ্ট দিয়াৰ বাবে চাকৰিত পদৰ অৱনমিত কৰা হয়।

বৰ্তমান নিলম্বিত উপ সঞ্চালক হিচাপে চাকৰিত মকৰল হৈ থকা উৰুজুল হাছানক তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক প্ৰক্ৰিয়াৰ পাছত শাস্তি বিহা হয়।

ৰাজ্যসভা সচিৱালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, অধ্যক্ষ ভেংকায়া নাইডুৱে হাছানৰ ওপৰত ‘সুৰক্ষা বিষয়াগৰাকীক পাঁচ বছৰৰ বাবে নিম্ন পদলৈ অৱনমিত কৰাৰ শাস্তি বিহা হৈছে’।

তদুপৰি, নিৰ্দেশটোত কোৱা হৈছে যে হাছানে পাঁচ বছৰৰ বাবে তেওঁৰ দৰমহাত কোনো ইনক্ৰিমেন্ট নাপাব বা শাস্তিৰ সময়ৰ ম্যাদ উকলি যোৱালৈকে বৰ্তমানৰ সেই একেটা পদতে থাকিব লাগিব।

ৰাজ্যসভা সচিৱালয়ৰ মতে, হাছানক ছচিয়েল মিডিয়াত ‘অপমানজনক, মৰ্যাদা হানিকাৰক, নীচাত্মক তথা কটু প’ষ্ট দিয়াৰ অভিযোগত শাস্তি বিহা হৈছে’।

তদুপৰি, সচিৱালয়ে লগতে সদৰী কৰে যে হাছানে ইয়াৰোপৰি ‘বিধায়কৰ এক নিৰ্বাচনৰ সৈতে সম্পৰ্কিত প্ৰচাৰৰ লগতে ৰাজনৈতিক নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱাকে ধৰি ৰাজনৈতিক কাৰ্যকলাপক সহায় বা উৎসাহিত কৰা’ বহুসংখ্যক প’ষ্ট হাছানে শ্বেয়াৰ কৰিছিল।

কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) অধিনিয়ম,১৯৬৪ আৰু ৰাজ্যসভা সচিৱালয় (নিযুক্তি তথা সেৱা চৰ্তাৱলী) অধিনিয়ম ১৯৫৭ৰ নিয়ম ১৪ অধীনত এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) অধিনিয়ম,১৯৬৪ আৰু ৰাজ্যসভা সচিৱালয় (নিযুক্তি তথা সেৱা চৰ্তাৱলী) অধিনিয়ম ১৯৫৭ৰ নিয়ম ১৪ অনুসৰি কৰ্মচাৰীক কোনো কাৰ্যকলাপত জড়িত থকাটো ‘এগৰাকী চৰকাৰী চাকৰিয়াল হৈ কৰা অমান্য’ৰ পৰা বাৰণ কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd