DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাণু মণ্ডলক নিজৰ ভিডিঅ’ গানৰ ৰিমিক্সত কণ্ঠ দিয়াৰ অ’ফাৰ ৰাখী সাৱন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 10:23 am
collage_555_090819050647 123
854
VIEWS
Share on FacebookShare on Twitter

ছচিয়েল মিডিয়াৰ চাঞ্চল্য ৰাণু মণ্ডল এতিয়া মুম্বাইত বহু চৰ্চিত ষ্টাৰ হৈ পৰিছে। গায়িকা ৰাণু মণ্ডল দেশজুৰি জনপ্ৰিয় হৈ পৰিছে।

শেহতীয়াকৈ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তে ৰাণু মণ্ডলৰ সৈতে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

ৰাখী সাৱন্তৰ ভিডিঅ’ গানৰ ‘ছাপ্পন ছুৰী’ কিছুদিন আগতে মাত্ৰ ৰিলিজ হৈছে। ৰাখীয়ে গানৰ প্ৰমোচনৰ বাবে ব্যস্ত হৈ আছে।

ৰাখীয়ে এতিয়া বিচাৰিছে যে ৰাণু মণ্ডলে তেওঁৰ এই গানৰ ৰিমিক্স ভাৰ্ছনত তেওঁৰ কণ্ঠ দিয়ক।

উল্লেখযোগ্য যে ৰাণু মণ্ডল বৰ্তমান সময়ত ছচিয়েল মিডিয়াত তেওঁৰ গানৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰিছে।

বলীউদৰ সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক তেওঁৰ ছবি হেপী হাৰ্ডি আৰু হীৰ’ত গান গোৱাৰ সুযোগ দিছে।

ৰাণুৱে হিমেশৰ সৈতে ‘তেৰী মেৰি কাহানি’ গানটো ৰেকৰ্ডো কৰিছে। এই ভিডিঅ’ গানটো শ্ৰোতা-দৰ্শকে বহুত পছন্দ কৰিছে।

ৰাখীয়েও ৰাণুৰ কণ্ঠৰে তেওঁৰ গানৰ ৰিমিক্স ভাৰ্ছন বনাব বিচাৰিছে।

উল্লেখযোগ্য যে ৰাখীয়ে ভিডিঅ’ত ৰূপায়ন কৰা এই গানকেইটা গাইছে অসমৰে এগৰাকী কণ্ঠশিল্পী মন্দাকিনী বৰাই।

ভিডিঅ’ গানকেইটাত ৰাখীৰ উপৰিও আছে ময়ুৰাক্ষী বৰা আৰু মোনিকা সিং।

আনহাতে, ব্যক্তিগত জীৱনত ৰাখী সাৱন্ত বিগত কিছুদিন ধৰি তেওঁৰ বিয়াৰ বাবে বাতৰিৰ চৰ্চালৈ আহিছে। অৱশ্যে, তেওঁৰ পতি এতিয়ালৈ সংবাদ মাধ্যমৰ সন্মুখলৈ অহা নাই।

Recent News

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd