• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩ বা ৫ আগষ্টত আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 18, 2020 8:27 pm

1 min read

Ram Mandir construction may begin on August 3 or 5

ৰাম মন্দিৰৰ প্ৰতিৰূপ। ছবি সৌজন্য-- Odisha Times

7.4k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য ৩ বা ৫ আগষ্টত আৰম্ভ হ’ব, বাতৰিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুটা দিনৰ ভিতৰত যিকোনো এটা দিন বাচি ল’ব পাৰে।

ৰাম মন্দিৰৰ ন্যাসে ভূমি পূজনৰ বাবে উক্ত দুটা দিনৰ পৰামৰ্শ আগবঢ়াইছে।

ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ কামেশ্বৰ চৌপালে সদৰী কৰা মতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁলোকে এই দুটা দিন পঠাইছে।

আৰু প্ৰধান মন্ত্ৰীয়ে বাচনি কৰা মতেই এটা দিনত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ’ব।

নিৰ্মাণকাৰ্য্যৰ আৰম্ভণিৰ দিন বাচনিৰ বাবে ন্যাস যোৱা শনিবাৰে অযোধ্যাত এক বিশেষ বৈঠকত বহিছিল।

ন্যাসে লগতে সদৰী কৰা মতে ৰাম মন্দিৰৰ আধাৰ নিৰ্মাণৰ বাবে মাটিৰ গুণাগুণ পৰীক্ষাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

নিৰ্মাণকাৰী প্ৰতিষ্ঠান Larsen & Toubroই মাটি পৰীক্ষণৰ বাবে নমুনা সংগ্ৰহ কৰিছে।

মন্দিৰৰ আধাৰৰ নক্সা ভূপৃষ্ঠৰ ৬০ মিটাৰ তলৰ ভূমিভাগৰ শক্তিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ’ব।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd