• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 4:04 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

 

Apply Now

 

পত্নী ৰিয়া তালুকদাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামানু্জ গোস্বামীৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পুৱতি নিশা নৰকাসুৰ পাহাৰৰ পৰা জাঁপ দি মৃত্যু হোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ

 

পত্নী ৰিয়া তালুকদাৰক হত্যা কৰাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাতৰ চিহ্ন পোৱা হোৱা নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ (জিএমচিএইচ) অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে স্পষ্ট কৰি দিছে। সোমবাৰে পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে নৰকাসুৰ পাহাৰৰ সমীপত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা গোস্বামীক চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

 

অধীক্ষক ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে চিকিৎসালয় কৰ্তৃপক্ষক গোস্বামী পথ দুৰ্ঘটনাত পতিত হোৱা বুলি অৱগত কৰিছিল। পুৱতি নিশা প্ৰায় ৩.৪১ বজাত তেওঁক চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ অনা হৈছিল আৰু চিকিৎসকে তেওঁক মৃত অৱস্থাত অনা বুলি নিশ্চিত কৰে। চিকিৎসালয় কৰ্তৃপক্ষই ইচিজি আৰু আন প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিভাগলৈ প্ৰেৰণ কৰিছে। মৃতদেহটোত গুলীৰ কোনো চিহ্ন নথকাৰ কথা উল্লেখ কৰি ডাঃ চৌধুৰীয়ে কয় যে তেওঁৰ দেহত থকা আঘাতসমূহ ওখ ঠাইৰ পৰা পৰি যোৱাৰ ফলত হোৱা আঘাতৰ সৈতে একেই।

 

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজৰ নমুনা পৰীক্ষাৰ বাবে গোস্বামীক হাতীগাঁও আৰক্ষী থানাৰ পৰা কাহিলীপাৰা হৈ জিএমচিএইচলৈ নি থকা হৈছিল। তেনে সময়তে তেওঁ নৰকাসুৰ পাহাৰৰ পৰা জাঁপ দি পলায়নৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে অভিযুক্তলৈ লক্ষ্য কৰি কোনো গুলীচালনা কৰা হোৱা নাছিল আৰু পাহাৰৰ পৰা পৰি যোৱাৰ ফলতেই তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখত পৰে।

 

উল্লেখযোগ্য যে, গুৱাহাটীৰ হাতীগাঁও এলেকাৰ বশিষ্ঠপুৰস্থিত অঞ্জলি গৃহৰ এটা ফ্লেটত নিজ পত্নী ৰিয়া তালুকদাৰক হত্যা কৰাৰ অভিযোগত গৌৰীপুৰৰ মূল নিবাসী তথা পেছাত উবেৰ চালক ৰামানু্জ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালৰ একেলগে বসবাস কৰিছিল যদিও পত্নীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ সন্দেহত দুয়োৰে মাজত সঘনাই তৰ্ক-বিতৰ্ক হৈছিল। স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, শনিবাৰেও ফ্লেটটোৰ পৰা কাজিয়া আৰু এগৰাকী মহিলাৰ ক্ৰন্দনৰ শব্দ ভাঁহি আহিছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে খবৰ দিয়াৰ পিছত আৰক্ষীয়ে ফ্লেটটোৰ তৃতীয় মহলাৰ পৰা ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্তৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পৰিস্থিতিটোৱে বৰ্তমান বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd