• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিনয় এৰি যেন লাভ কৰিলে স্বৰ্গ, ১৪০০ কোটি টকাৰ মালিক হ’ল ৰামায়ণৰ লৱ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2024 7:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৭ চনত আৰম্ভ হোৱা ‘ৰামায়ণ’ হৈছে টেলিভিশ্যন জগতৰ এখন বিখ্যাত ধাৰাবাহিক। এই ৰামায়ণৰ জনপ্ৰিয়তা আজিও মানুহৰ মাজত একেই আছে। 

এই ৰামায়ণত ময়ুৰেশ ক্ষেত্ৰমাদে ৰামৰ পুত্ৰ লবৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু এই ধাৰাবাহিকখনত অভিনয় কৰি অভিনয় জগতখনক বিদায় দিলে ময়ুৰেশে। এতিয়া তেওঁ ক’ত? কি কৰিছে এই অভিনেতাজনে? জানেনে ?

Apply Now

ৰামায়ণৰত ৰাম, সীতা আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সকলক আমি ভালদৰে চিনি পাওঁ যদিও ৰাম আৰু সীতাৰ পুত্ৰ লৱ-কুশৰ কথা আমি বহুতে নাজানোঁ। 

ৰামায়ণত লৱৰ চৰিত্ৰত অভিনয় কৰিছিল ময়ুৰেশ ক্ষেত্ৰমাদে, কুশৰ চৰিত্ৰত অভিনয় কৰিছিল স্বপনীল যোশীয়ে।

ৰামায়ণৰ কুশ অৰ্থাৎ স্বপ্নীলে পিছলৈ অভিনয়ক পেছা হিচাপে বাছি লৈছিল। বৰ্তমান স্বপ্নীলে হিন্দী আৰু মাৰাঠী চিনেমা জগতত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। 

কুশৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিও জনপ্ৰিয়তা লাভ কৰে। কিন্তু অভিনয়ৰ পেছা এৰি ময়ুৰেশে আন এটা পথ বাছি লৈছিল।

১৯৭৬ চনত মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে। মাক-দেউতাক আৰু ভায়েকৰ সৈতে তেওঁৰ এটা সৰু পৰিয়াল আছিল। যিহেতু তেওঁ সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল, সেয়েহে ৫ বছৰ বয়সতে ৰামায়ণত লৱ চৰিত্ৰত অভিনয় কৰিছিল ময়ুৰেশে। 

ৰামায়ণৰ অন্ত পৰাৰ সময়ত ময়ুৰেশৰ বয়স আছিল ১৩ বছৰ। পঢ়া-শুনা হেৰুৱাব বুলি ভয় কৰি তেওঁ অভিনয় ত্যাগ কৰিলে। 

ৰামায়ণ ধাৰাবাহিক শেষ কৰাৰ পিছত অভিনেতাজনে অনুভৱ কৰিলে যে তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগে। ধাৰাবাহিকখনৰ পিছত তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰে। 

স্কুল-কলেজীয়া পঢ়া-শুনা সমাপ্ত কৰি তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকালৈ গুচি যায়। টেক্সাছত অৰ্থনীতিত এম এছ সম্পূৰ্ণ কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।

জানিব পৰা মতে, ২০০৩ চনত তেওঁ বিশ্ব বেংকৰ গৱেষক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। 

২০১৬ চনত কমিছন জংচনত যোগদান কৰি ২০১৯ চনৰ ভিতৰত কোম্পানীটোৰ চিইঅ’ পদলৈ উন্নীত হয়। 

এইগৰাকী প্ৰাক্তন অভিনেতাৰ নেতৃত্বত ২০২২ চনত এই কোম্পানীটোৰ বজাৰ মূল্য ১৪০০ কোটি হয়। সম্প্ৰতি জনপ্ৰিয় ধাৰাবাহিকৰ প্ৰাক্তন অভিনেতাজনে পৰিয়ালৰ সৈতে নিউয়ৰ্কত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd