• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাধৰ গাখীৰে বাৰ্ধক্য দূৰ কৰাৰ লগতে যৌৱন বজাই ৰখাত সহায়ক বুলি দাবী ৰামদেৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাধৰ গাখীৰত যাদু আছে! গৰু-ম’হৰ গাখীৰতকৈ গাধৰ গাখীৰ অধিক শক্তিশালী। গাধৰ গাখীৰে যৌৱন ধৰি ৰখাত সহায় কৰাৰ লগতে বাৰ্ধক্যৰ লক্ষণ ধৰা নেপেলায়। গাধৰ গাখীৰে বয়সৰ উজ্বলতা ধৰি ৰখাত সহায় কৰে। নাই, এয়া কোনো বিজ্ঞানী বা পুষ্টিবিদৰ গৱেষণাৰ ফলাফল নহয়। এই দাবী কৰিছিল বিতৰ্কিত যোগগুৰু বাবা ৰামদেৱে।

পতঞ্জলি যোগপীঠৰ গুৰু ৰামদেৱে আকৌ এবাৰ উত্থাপন কৰিলে সকলোকে স্তম্ভিত কৰা এক তত্ত্ব। এতিয়া তেওঁ ক’লে, গাধৰ গাখীৰ আটাইতকৈ শক্তিশালী খাদ্য। গৰু, ছাগলী আৰু ম’হৰ গাখীৰতকৈ বহুত শক্তিশালী। কেৱল মুখে মুখে নহয় যোগ শিক্ষাৰ সময়ত ওচৰতে ৰখা গাধৰ গৰু গাখীৰ খায়।

Apply Now

তাৰ পাছত তেওঁ ক’লে, এই গাখীৰৰ একাধিক উপকাৰৰ আছে। যিটো কেৱল স্বাস্থ্যই নহয় সৌন্দৰ্য্যও বজাই ৰখাৰ চাবিকাঠি। বিশেষকৈ বয়সৰ দাগ পৰিহাৰ কৰি যৌৱন ধৰি ৰাখিব বিচৰাসকলৰ বাবে গাধৰ গাখীৰ অবিচল খাদ্য হিচাপে ৰামদেৱ বাবাই পৰামৰ্শ দিছিল।

বাবা ৰামদেৱৰ কথা আৰু গাখীৰ খোৱাৰ ছবিও পতঞ্জলিৰ অফিচিয়েল ফেচবুক পেজতো শ্বেয়াৰ কৰা হৈছে। যিটোৱে সাধাৰণ মানুহৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ কয় যে আন যিকোনো প্ৰাণীৰ গাখীৰতকৈ গাধৰ গাখীৰ অধিক পুষ্টিকৰ। গাধৰ গাখীৰত লেক্ট’ফেৰিন থাকে। যিটো এটা শক্তিশালী এন্টিঅক্সিডেন্ট।

তেওঁৰ লগত উপস্থিত থকা চিকিৎসক এজনেও ৰামদেৱৰ দাবী মানি লৈছিল। লগতে তেওঁ কয় যে গাধৰ গাখীৰ স্বাস্থ্য আৰু সৌন্দৰ্য্য বৃদ্ধিৰ চাবিকাঠি। ই কেৱল ছালখনক উজ্জ্বল কৰি ৰখাই নহয় বাৰ্ধক্যৰ লক্ষণ কমোৱাতো সহায় কৰে।

বাবা ৰামদেৱে এটা উদাহৰণ দিলে, প্ৰাচীন মিচৰৰ ৰাণী ক্লিওপেট্ৰাই গাধৰ গাখীৰেৰে গা ধুইছিল। যাৰ বাবে তেওঁৰ যৌৱন আৰু সৌন্দৰ্য্য বহুদিন অক্ষত অৱস্থাত থাকিল। প্ৰাচীন পৰম্পৰা আজিও জীয়াই আছে। গাধৰ গাখীৰক ৰামদেৱে ছুপাৰ কচমেটিক বুলি উল্লেখ কৰিছে।

চিকিৎসকজনৰ মতে, গৰু বা ম’হৰ গাখীৰৰ এলাৰ্জী থকা সকলৰ বাবেও গাধৰ গাখীৰ ভাল। এই গাখীৰ সহজে হজম হয়। ইয়াত ভাল বেক্টেৰিয়াৰ উপস্থিতি দেখা গৈছে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি গাধৰ গাখীৰত অতি বেছি পৰিমাণে ভিটামিন এ, ডি, কেলচিয়াম আৰু পটাছিয়াম থাকে। ই হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পাঠকলৈ: এই প্ৰতিবেদন Zee News Hindi সংস্কৰণৰ পৰা লোৱা হৈছে। এই লেখাটো পঢ়ি যদি কোনোবাই গাধৰ গাখীৰ খাবলৈ আৰম্ভ কৰে তেন্তে এই প্ৰতিবেদন তাৰ বাবে দায়ী নহয়। চিকিৎসকৰ লগত স্বাস্থ্যৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd