• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল ৰংঘৰ,তলাতল ঘৰকে ধৰি শিৱসাগৰৰ সকলো ঐতিহাসিকস্থল

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
November 29, 2021 3:56 pm
126
VIEWS
Share on FacebookShare on Twitter

অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰকে ধৰি শিৱসাগৰৰ সকলো ঐতিহাসিক সমল।

ক’ভিডৰ বাবে প্ৰায় ৬ মাহে নিতাল- নিস্তব্ধ হৈ থকা ৰংঘৰকে ধৰি শিৱসাগৰৰ অন্যান্য ঐতিহাসিকস্থলসমূহে পৰ্যটকৰ আগমনত যেন প্ৰাণ পাই উঠিছে এতিয়া।

ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ লগতে ৰংঘৰ, তলাতল ঘৰ আদি চাবলৈ ভিৰ কৰিছে বহু বিদেশী পৰ্যটকে।
উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত নৰ্থইষ্ট নাওত শিৱসাগৰৰ ঐতিহাসিক সমল পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সন্দৰ্ভত এক বাতৰি পৰিৱেশন কৰা হৈছিল।

শিৱসাগৰবাসীয়েও চৰকাৰক আহ্বান জনাইছিল ৰংঘৰ, কাৰেংঘৰ ,তলাতল ঘৰ পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ।
অৱশেষত চৰকাৰে পৰ্যটকৰ বাবে মুকলি কৰি দিলে ৰংঘৰ তলাতল ঘৰ।

ইপিনে পৰ্যটকৰ সুবিধাৰ বাবে এইবাৰ ৰংঘৰ তলাতল ঘৰ আদিকে ধৰি সকলো ঐতিহাসিক সমল দৰ্শন কৰিবলৈ ঘৰতে বহি অনলাইনত টিকট কৰাৰ লগতে টিকট ঘৰৰ পৰাও টিকট ক্ৰয় কৰিব পাৰিব।

Recent News

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd