• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বক বড়ো শান্তি চুক্তিৰ কৃতিত্বৰ পৰা “বঞ্চিত” কৰিলে ৰঞ্জিত দাসে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2020 7:06 pm
Bodo Peace Accord

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৭ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নিজকে দুই নম্বৰৰ মন্ত্ৰী বুলি চিনাকি দিয়া “শক্তিশালী” মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হৈছিল বড়ো শান্তি চুক্তি।

দিল্লীত চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সংবাদমেল সম্বোধন কৰি চুক্তি সম্পৰ্কে অসমবাসীক অৱগত কৰাৰে পৰা অসমতো আহি গুৱাহাটীত সংবাদমেল সম্বোধনৰে বড়ো শান্তি চুক্তিৰ বিভিন্ন দিশবোৰ সন্দৰ্ভত বিৱৰণ আগবঢ়াইছিল মন্ত্ৰী হিমন্তই।

Apply Now

কিন্তু তাৰ পাছতো এই বৃহৎ সফলতাৰ কৃতিত্বৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একাষৰীয়া কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

৭ ফেব্ৰুৱাৰিৰ মোদীৰ অসম ভ্ৰমণৰ আগে আগে এটা ধন্যবাদসূচক টুইট কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। টুইটটোত বড়ো চুক্তিৰ সম্পূৰ্ণ কৃতিত্ব দিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

https://twitter.com/RanjeetkrDass/status/1225648889358798849

টুইটটোত ৰাজ্যিক বিজেপিৰ সভাপতি দাসে লিখে, “অলপতে স্বাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিৰ সম্পূৰ্ণ কৃতিত্ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ই ৫ দশকৰ বড়ো বিবাদৰ অন্ত পেলালে আৰু এক শান্তিপূৰ্ণ যাত্ৰা আৰম্ভ হ’ল।”

পোষ্টটোত দাসে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাটো বাদেই তেওঁক টেগ কৰাও দেখিবলৈ পোৱা নগ’ল।

উল্লেখযোগ্য যে, বড়ো শান্তি চুক্তিৰ পাছত যোৱা ৩০ জানুৱাৰিত এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৬১৫গৰাকী কেডাৰৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকি অস্ত্ৰ সম্বৰণকাৰীসকলৰ সংস্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে আগন্তুক বাজেট অধিৱেশনত তেওঁলোকৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰো আশ্বাস দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd