• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি সন্তানৰ মাতৃক বলাৎকাৰৰ চেষ্টা চলোৱা লম্পটক আটক; জে’ললৈ প্ৰেৰণ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , January 23, 2019 7:57 pm

2 min read

তিনি সন্তানৰ মাতৃক বলাৎকাৰৰ চেষ্টা চলোৱা লম্পটক আটক; জে’ললৈ প্ৰেৰণ
451
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ উলুৱনী থানা এলেকাৰ গড়গুৰি এলেকাত প্ৰায় দুমাহৰ পূৰ্বেই এগৰাকী তিনিসন্তানৰ মাতৃক বলাৎকাৰৰ অপচেষ্টা চলোৱা লম্পট ৰাজেন বৰুৱাক আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্মই দাসৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিনবন্ধু ভূঞা আৰু চুলুং আৰক্ষী বিষয়াৰ সহযোগত যোৱা এটা আৰক্ষীৰ দলে লম্পট ৰাজেন বৰুৱাক নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ ২৬ নৱেম্বৰত পুৱা প্ৰায় ৯ বজাত মহিলা গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি একে গাঁৱৰে লম্পট ৰাজেন বৰৱাই বলাৎকাৰৰ চেষ্টা চলাইছিল।  অৱশ্যে বলাৎকাৰৰ অপচেষ্টাত বিফল হৈ মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰাৰ লগতে এচিড জাতীয় দ্ৰব্যও নিক্ষেপ কৰিছিল।

ইফালে নিৰ্যাতিত মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় যদিও লম্পট ৰাজেন বৰুৱা তাৰ পৰা পলায় সাৰিবল সক্ষম হয়।

পিছত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই আৰু চিকিৎসকে এচিড নিক্ষেপ কৰাৰ বাবে মহিলাগৰাকীৰ বাওঁফালৰ চকুতো সম্পূৰ্ণ বিকল হৈ পৰে বুলি জনায়।

ইফালে ঘটনা সংঘটিত কৰিয়ে লম্পট ৰাজেন বৰুৱা পলাতক অৱস্থাত আছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰীম জামিনৰ বাবে আবদে কৰিছিল। অৱশ্যে কলিয়াবৰ আৰক্ষীৰ তদন্তৰ প্ৰতিবদেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজেন বৰুৱাৰ জামিন মঞ্জুৰ নকৰিলে।

অৱশেষত আজি আৰক্ষীয়ে লম্পট ৰাজেন বৰুৱাক বাসগৃহৰ পৰাই আটক কৰি বলাৎকাৰ, হত্যাৰ চেষ্টা চলোৱাকে ধৰি কেবাটাও গোচৰ ৰুজু কৰি কলিয়াবৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাই আৰু আদালতে বিচাৰৰ অন্তত লম্পট ৰাজেন বৰুৱাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd